পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮৬৩
৮৫৯
নাম-ছন্দ

জয় যাদৱ এ মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
ভকতৰ ধন তযু অৰুণ চৰণ॥ ৮৫৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ॥ ৮৫৭
ৰাম ৰাম ৰাম ৰাম ৰাম।
ৰাম কৃষ্ণ হৰি নাৰায়ণ॥ ৮৫৮
ৰাম ৰাম ৰাম ৰাম।
ৰাম কৃষ্ণ হৰি হৰি হৰি॥৮৫৯
হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম।
শ্ৰীৰাম জয় জয় ৰাম॥ ৮৬০
ৰাম ৰাম ৰাম ৰাম গোপাল।
জীৱেৰ জীৱন যদুৰায়॥ ৮৬১
দীন দয়াশীল দেৱ দামোদৰ হৰি দামোদৰ৷
দামোদৰ দামোদৰ দেৱ দামোদৰ॥ ৮৬২
অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ।
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন॥ ৮৬৩


পা* ৮৫৬॥চৰণ-চৰণ জয়॥
৮৫৫-৮৫৬॥ (এই দুজোকা ঘোষা তল-ওপৰকৈ আছে৷)
৮৫৮॥ (আৰম্ভতে) ৰাম ১০॥ ৰাম ৭ এ হৰি নাৰায়ণ॥
(প্ৰথম শাৰী) ৰাম ৰাম ৰাম ৰাম৷
৮৫৯॥ (প্ৰথম শাৰী) ৰাম ৰাম ৰাম ৰাম ৰাম৷
হৰি হৰি হৰি॥—হৰি হৰি হৰি হৰি॥
৮৬০॥ৰাম ৰাম ৰাম॥—ৰাম ৰাম৷
৮৫৮॥ (নাই৷)