পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ থােষ। ৮ নাম-দুদ যৰাি ? কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম । ৮৫০ কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম কৃষ্ণ কৃষ্ণ, ৰাম জয় জয় ৰাম । ৮৫১ কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম । অনন্ত অচ্যুত সনাতন নাৰায়ণ প্রাণ ॥ ৮৫২ গােৱিন্দ গােৱিন্দ গােৱিন্দ গােৱিন্দ গগাৱিন্দ ৰাম মুৰাৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী? ৮৫৩ গােৱিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি। ভকতি-নােচন দুখ-বিমােন ভকতৰ ভয়হাৰী ॥৮৫৪ পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰি। অনাদি অনন্ত অদ্ভুত গােন্দি ভকতৰ ভয়হাৰী। ৮৫৫ পা v• (এশাহে আছে।} ৫১ (এশাৰীহে আছে।)