পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫৮
ঘোষা ৮৫০
নাম-ঘোষা


নাম-ছন্দ

ঘোষা॥

কৃষ্ণ ৰাম  কৃষ্ণ ৰাম
কৃষ্ণ ৰাম  কৃষ্ণ ৰাম ॥৮৫০
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম॥ ৮৫১
 কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম ।
 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্রাণ ॥ ৮৫২
গােৱিন্দ গােৱিন্দ গােৱিন্দ গােৱিন্দ
 গোৱিন্দ ৰাম মুৰাৰি।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী॥ ৮৫৩
গােৱিন্দ ৰাম মুৰাৰি  মুকুন্দ ৰাম মুৰাৰি।
ভকতি-ৰোচন দুখ-বিমােচন
 ভকতৰ ভয়হাৰী ॥৮৫৪
পৰম পুৰুষ পৰম আনন্দ
 পৰম গুৰু মুৰাৰি।
অনাদি অনন্ত অচ্য়ুত গােৱিন্দ
 ভকতৰ ভয়হাৰী॥ ৮৫৫


পা* ৮৫০॥ (এশাৰীহে আছে৷) ৮৫১॥ (এশাৰীহে আছে৷)