পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা-বাবা [ নােখা । কৃষ্ণ হৃদয় গৰু লক্ষ্মীৰ নিৱাস-থান মুখ নয়নৰ পানপাত্র । দিগপাল সমস্ত আশ্রয় কৃষ্ণৰ বাহু ভকতৰ পাদপদ্ম মাত্র। ৩৭ পৰম ঈশ্বৰ দেৱ কৃষ্ণক মপাৱে লাগ তপ জপ যাগ যােগ জানে। একান্ত ভক্ত পর- ৰেণু শুদ্ধ-চিত্তে মাথে অভিষেক নকয় মানে ৩৮ গ্রাম্যকথা-বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱয় সাধুৰ সঙ্গত। তাক অনুদিন যিটো সেৱে তাৰ সতী মতি হােৱে বাসুদেৱ-চণত ॥ ৩৯ সেহিসে দিনক ভাই দুর্দিন বুলিয়া মানি মেঘাচ্ছন্ন নােহয় দুর্দিন। ৩৭। শ্রিয়ে নিৱাসে। যশ্যোৰ পানপাত্রং মুখং দৃশং। বহুৱো লোকপালানা সাঙ্গানীং পদাঙ্গ। —ভাগৱত-পুৰাণ, ১.১১.২৬ ৩৮। বহুগলৈতপসা ন যাতি ন চেঞ্জয়া নিরুপপাহাঙ্কা। ন জুস নৈর জলগ্নিসুধৈনি মহৎপাদৰজোভিষেক —ভাগৱত পুৰাণ, ৫, ১৭,১২ ৩৯। মত্রোত্তমশ্নোকণাৱাৰ প্ৰয়তে আমাথৱিঘাত। নিষেশােদিনং মুমুক্ষার্মতীং সতীং যচ্ছতি ৱাদেৱে । ভাগৱত-পুৰাণ, ৫.১৯.১৩ প* ৩৯। গুণ-অর্থ। সতী--পতি। ৪। মেঘাচ্ছন্ন-মেঘ। বুলিয়া-যুময়।