পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে ] উপদেশ না পৰমাৰ্থ-তত্ব মন্ত-শঙ্কামত ধৰিমোক সজমসকল। হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি পাইবা ভক্তি পৰম নিৰ্মল॥ ৩৩. না সভাসদচয় নেৰিবা শাৰ নয় হৰি-গুণ ভাগৱত-সাৰ। সাধু-সঙ্গ অনুসৰা শ্ৰৱণ-কীৰ্তন কৰা পৰিহৰা পাষণ্ড-আচাৰ। ৩৪ বৈৰাগ্যত পৰে ভাগ্য নাহি অবোধত পৰে সুখ আৰ নাহি পুৰুষৰ। হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰ৷ ৩৫ লমীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা তাহাৰ দুৰ্লভ কিছু নাই। নাৰায়ণ-পৰ ভৈলে তথাপি কিঞ্চিত আন নয় সেৱা-সুখ পাই। ৩৬ ৩। ন ৱৈৰাগ্যাৎ পৰং ভাগ্যং ন এবোধৎ পৰং সুখ। ন হৰে পৰাগ ৰ সংসাৰাং পদে নিপু। ৩। কিমলং গতি প্ৰসঙ্গে অনিকেতন। তথাপি তৎপৰা আন ন হি কৰি নি।