পৃষ্ঠা:Kirtan Ghosha.pdf/৬১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১৭] উৰোবান অনন্তৰে কল্প-বৃক্ষ বটৰ মূলক গৈয়া প্রদক্ষিণ কৰি তিনিবাৰ। পৰম ভকতিভাৱে পুজিব বটৰ পাৰে হেন মন্ত্র কৰি উচ্চাৰ ১৭২ সঞ্চাশ কীর্তন ঘােষা। প্ৰণামাে পৰম পুৰুষ ৰাম। মুগুচোক মুখে মাধৱ নাম। ১৭ পদ। নমাে ব্ৰহ্মৰূপী প্রলয়গামী। আছা মহীন্দ্ৰৰ উপৰে তুমি । প্রণাম কৰৰ বট তবৰ। প্রলয়-কালতাে তুমি অমৰ ॥ ১৭৩ তুমিসি হৰিৰ মুখ্য আশ্রয়। প্রণামাে বট পাপ কৰা ক্ষয়। প্রণামিয়া হেন মন্ত্র উচ্চৰি। বটক নৰে প্রদক্ষিণ কৰি ॥ ১৭৪ তেতিক্ষণে ছাড়ে সমস্তে পাপ। যিমতে জীণ চোঞ্চ। এড়ে সাপ৷ পাশ ১৭৩ | মহীৰ-মহেন্দ্ৰৰ (সোপৱিষ্টায় ব্রহ্মপ ৫৭১ ৩) চোখ-চোখ। ১৭ |