পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩১২ কান-খোৱা (4932 বাট যেৱে নেদ শুন দ্বন্দু। কুৰ সমে নিবাে যম-পুৰ। হেন শুনি পাছে অম্বষ্ট ৰাগি। খুস্পিল হস্তীক কৃষ্ণক লাগি !! ৩৬২ ধায় গৈল হস্তী কালান্ত-প্রায়। ধৰিল কৃষ্ণক শুণ্ডে মেহ্রাই। এড়াইল আছােট কৰিয়া উঠি। মাতঙ্গক কৃষ্ণে মাৰিল মুঠি । ৩৬৩ ভৰিৰ মাঝতে লুকাইল তাৰ। ক্রোখিল কুঞ্জৰে আতি দুৰ্বাৰ । নেদেখি সিটো ফোফায় যেন নাগ। সুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ। ৩৬৪ ধৰিল কৃষ্ণক শুণ্ডে মেহ্রাই। ব্যবভৈলা কৃষ্ণ বলে এড়াই। লাঞ্জত তাৰ ধৰি চক্রপাণি। এক শত হাত নিলন্ত টানি। ৩৬৫ সর্শক আকেৰে যেন গৰুড়ে। কৃষ্ণক ধৰিবে চাহাৱে শুড়ে। পা ৬৪ আতি দুৰ্বাৰ-পায়া এহাৰ।