পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গজেপোখ্যান যতেক বল আছে মানে দিল। গ্ৰাহ-গজেন্দ্ৰৰ যুব্ধ মিলিল। দুইৰৰ অদভুত যুদ্ধ দেখিত। ত্ৰিদশ দেৱ ভৈলা ভয়ে ভীত॥ ২৩ দেখ আতিশয় অসদৃশ। যুজন্তে সহস্ৰ গৈল বৰিষ। জগতে আছে এক দৃষ্টি কৰি। শুনা সভাসদ ঘুষিয়ে হৰি। ২৪ তৃতীয় কীৰ্ত্তন খোবা। কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ। কৃষ্ণৰ চৰণ বন্দি বৌক মোৰ মাং | ৩ পদ। শুক নিগতি ৰাজা শুনা নৃপবৰ। মিলিল অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ। আকাশত দেৱগণে দেখন্ত বিস্ময়। গ্ৰাহ-গজেন্দ্ৰৰ কিছু নুহি ভঙ্গ-জয়॥ ২৫ প; ২৫ |t ( মাজত) দুহানো আন্দোলে যৱে উঠলয় জল। লাগিল থলক যেন পদ্ম-পত্ৰফল ||