পৃষ্ঠা:Khojar Xabda.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বজাৰ পৰা কাৰ্ফিউ! অলপ পিছতে ইমনৰ ৱাটচ্‌আপ মেচেজ পালোঁ, ‘পুটা গ’লগৈ’।

 ইমানকেইটা বছৰ কাষতে পোৱা মানুহজনৰ শেষৰ দীঘলীয়া দিনকেইটাত ইমান দূৰত থাকিবলগীয়া হ’ল।

 কাম কৰি থাকোঁতে সোঁহাতৰ চকীখনত বিপুলদাক বহি থকা যেন লাগে এতিয়াও। বিগত এবছৰ যেন মোৰ কাষৰ চকীখনতেই বহি আছে! অজস্ৰজনৰ মাজত বিপুলদাৰ সত্তা যে এতিয়াও বিদ্যমান। সহস্ৰজনৰ স’তে একেলগে আগবাঢ়িব খোজা মানুহজন সহস্ৰজনৰ মাজতেই থাকিব; সমদলৰ এজন হৈ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ পশ্চিম গুৱাহাটী শাখাৰ সদস্য)

প্ৰকাশনৰ কামৰ সময়ত

২৩০॥খোজৰ শব্দ