পৃষ্ঠা:Kamaratna Tantra.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

70


২। ইটাক ভাল কৰি পাগি স্বৰ্গ পৰা শিলৰ গুৰি, লোহাৰ গুৰি সবাকো সূতাৰে বৰী বান্ধি তিল তেল লিপি ৰাকৈ বোলাই তাতে উৰান মন্ত্ৰ সহস্ৰ জপি লব, লোহা সম বুদ্ধি হলে বেদক চিণ্ডে।


৯১। অথ যন্ত্ৰ।

১। গোৰোচনা কুকুমে ভূৰ্জপত্ৰত লিখি মাটিৰ শৰাইত থৈ অনি শৰাই আনি তিনি সন্ধ্যা পূজা কৰি শিৰত ধৰিলে শাস্ত্ৰ চিণ্ডে।

২। বাঘ বাঘিনী দুই মন্ত্ৰ পঢ়ি অঙ্গুলী দি মূৰত খুচিলে শাস্ত্ৰৰ অৰ্থ মুকলি হয়।

৩। তাকে শ্লোকৰ ওপৰত অষ্টোত্তৰশত জপিলে অৰ্থ পায়।

৪। জুনাল কালিকা মন্ত্ৰ তিনিবাৰ পঢ়ি সেত সৰিয়হ সেত ওড়, তিনিটা পুষ্প প্ৰথম অক্ষৰত খুচিলে সৰ্ব্ব অৰ্থ মুক্ত হয়। ইতি নিগম ভঞ্জন।

৯২। অথ গৃহ ক্লেশ নিবাৰণ।

১। গুৰ, দুগ্ধ, মধু, তিল গুৰি মিহলাই আকণ পত্ৰত থল, ইন্দুৰ গুচে। গুৰে তেলে বাতি লগালেও গুচে।