এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কাকলি।
নিছো চকুৰে কত গুদ ঠাই,
ইলা নিস্তব্ধ বিনা শঙ্গে যায়,
ৰওঁতে নিলে গমে কাৰ্য্য নাই,
{আছে। তোমাৰ উচ্চতৰ বাচে,
প্ৰভু! তাতে হোৱা নাই বৃথা
তোমাৰ নিখুত উঙ্গে যাতে
( মোৰ জন্ম-মৃত্যুৰ মাজে।
প্ৰভু! কি যে লুকালুকি খেলা তোমাৰ
| কি যে লুকালুকি খেলা,
চেগা চোখে কাকৈ দেখাদি দেখাদি
আকৌ কিয় লুকাল?
{ তোমাৰ কি যে লুকালুকি খেলা!
তুমি বিশ্ব বোৰ, বিশ্বৰ আঁৰত
লকুৱা কিৰূপে নিজ-বিকাৰত?
বৰা পৰিষা যে লুকাৰা কিত
(তেও বিশ্বৰ হে আঁৰ ললা
{ এই অপূৰ্ণ ভাৰৰ অপূৰ্ণ আকাকা
অপূৰ্ণ ৰূপে যে থা?
{ তোমাৰ কি যে লুকালুকি খেলা!