পৃষ্ঠা:Bilati Pitha.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোত কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে৷