এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
আসাম দেসৰ পুৰ্বিয় ৰজাগণৰ নামাৱলি ফৰ্ড।
| নম্বৰ। | ৰজাগনৰ নাম | ৰাজত্ব প্ৰাপ্তেৰ সন | ভোগৰ সংখ্যা | ||
| লাক্নি | মোতাবেক সংখ্যা | ইংৰেজি সন | |||
| ১ | সৌমাৰ দেশলৈ প্ৰথমে অহা চুকাফা ৰজা | ১ কাপত্যেও | ১১৫১ | ১২২৯ | ৩৯-৪-১৫ |
| ২ | ততপুত্ৰ চুতেওফা | ১ কামাও | ১১৯০ | ১২৬৮ | ১৩ |
| ৩ | ততপুত্ৰ চুবিনফা | ১ ডাপমাও | ১২০৩ | ১২৮১ | ১২ |
| ৪ | ততপুত্ৰ চুখ্ৰাঙ্গফা | ২ মুঙ্গমাও | ১২১৫ | ১২৯৩ | ৩৯ |
| ৫ | ততপুত্ৰ চুখাঙ্গফা | ২ ৰাইচিঙ্গা | ১২৫৪ | ১৩৩২ | ৩২ |
| ৬ | তদভাত্ৰি চুতুফা | ৩ প্লেকঙ্গি | ১২৬৮ | ১৩৬৪ | ১২ |
| অৰাজক | ৩ খুতঙ্গি | ১২৯৮ | ১৩৭৬ | ৪ | |
| ৭ | তদভাত্ৰি ত্যাওখামথি | ৩ কাপচিঙ্গা | ১৩৮০ | ১৩৮ও | ৯ |
| অৰাজক | ৩ কামাও | ১৩১১ | ১৩৮৯ | ৯ | |
| ৮ | ততপুত্ৰ চুডাঙ্গফা ওৰফে বামুণিকোঁঅৰ | ৩ তাওত্যেও | ১৩২০ | ১৩৯৮ | ৯ |
| ৯ | ততপুত্ৰ চুজাঙ্গফা | ৩ কজৰাও | ১৩২৯ | ১৪০৭ | ১৫ |
| ১০ | ততপুত্ৰ চুফকফা | ৪ ৰাইত্যেও | ১৩৪৪ | ১৪২২ | ১৭ |
| ১১ | ততপুত্ৰ চুচেনফা | ৪ কাচেও | ১৩৬১ | ১৪৩৯ | ৪৯ |
| ১২ | ততপুত্ৰ চুহেনফা | ৪ তাওচিঙ্গা | ১৪১০ | ১৪৮৮ | ৫ |