পৃষ্ঠা:Assam Buranji.djvu/১১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১১ লঙ্গে গৈ স্বর্নাদ্রিৰ পৰা থেনখাম ৰজাৰ আজ্ঞা মতে পাহৰি এৰি অহা দ্রব্য সকল আনি দিলে। ওতেই জি লঙ্গো খেহ দেস খনৰ কথা উপৰি উক্ত মতে জনাই গৈচিলে, সেই বাবেই তাক থেনখাম ৰজাই হেঙ্গদান খন দিলে, এখেতাে তাক খেহ দেসৰ ৰজা পাতিলে । পৰে পুর্বোক্ত ক্ৰমে মঙ্গল চাই মুংৰিমুংৰামতে নগৰ কৰি ৰজা হল। তাতে দুয়াে ভায়েকে কঁজিয়া কবিলত খুনলুঙ্গ গৈ থেনখামৰ আজ্ঞা মতে মুংখুংমুংজাও দেসত ৰজা হলগৈ ; খুনলাই মুংৰি মুংৰামতে বজা হল। ইয়াৰ পৰে আৰু জি জি হৈ গল, সেই সকল ওপৰতে লিখা অচে। মিলা হেন দেখি, হিন্দু সাস্ত্ৰৰ এই মত লিখা গল। ইতি বুৰঞ্জি সাৰে অষ্টম খণ্ডং সমাপ্তং।