পৃষ্ঠা:Assam Buranji.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তেঁওকে মুখ্য কৰি ফুকন বৰুৱা ৰাজখােআই আপােন আজ্ঞাৰে পতা ভঙ্গা কৰিব পৰা বিসয়া, ও তাতকৈ নাম পাইকান, এই সকলক নাক কান কাটে ; ইয়াতকৈ ওপৰ লােকক সৰ্গদেৱৰ আজ্ঞা পালেহে গত গৰাল, কোব, ঢাকা এনে ভণ্ড কৰিব পাৰে। চৰাৰ ফুকন, খেৰ বিচনি পোকা চমুআ ফুকন, বৰ ভণ্ডাৰ বৰুআ আদি মেলডগিয়া ফুকন বৰুআ পর্জন্ত, এই সকলে হলেও বৰ বৰুৱাৰ দৰেই ডগু কৰে; কিন্তু নাক কাটব নােজৰে। আৰু টেকেলা দুলিয়া এই দুই খেলত বাজেহে পৰা খনি ডণ্ড কৰিব পাৰে ; এই খেলৰ মানুহক গত গৰাল, কোৰ, ঢাকা, এনে ডগুহে কৰিব পাৰে। দু দেসাধিকাৰ কাৰন বৰ ফুকনে হলে ভাঙ্গৰিয়া সকলৰ দৰেই ভণ্ড কৰে, চোৰক হলে কাটে ; ও অস্ত্ৰৰে প্ৰান মৰা ডও, উজনিত হলে চাউঙ্গে কৰে, ভাটিত হলে বুকে কৰে। ইতি। বৰ বৰুআ ফুকন আদি ফুকন বৰুৱাতকৈ এই সকলৰ স্ত্ৰিৰ মজদা কিচু অধিক; এই হেতু তাকে লেখা জাই। এই সকলৰ ঘৈনিএকহঁতক সৰ্গদেৱৰ ঘৰত অমুক ফুকনমি বা বনি বােলে, ডালৰিয়া কেই জনাৰ হলে অমুক ভাগৰিয়াৰ ঘৈনি বলে। ডাঙ্গৰিয়া বােৰৰ বৈনি সকলৰ পহিঁচাঙ্গি, আৰু নগৰৰ ভিতৰলৈ জেতিয়া জাই বৰখুন বা মদ নিবাৰনার্থে সৰু দৈয়া সিয়া জাপি মুৰত