হস্তী ঘোঁৰা সবে গৰুপাল উদ কৰি॥ কাৰো ভুণ্ড মুণ্ড কতো শৰে ফুটি ঠাৱতে মাৰৈ আপাৰ। ছত্ৰ চিহ্ন দণ্ড পলায় এৰি পটোৱাৰ॥ ১৯৮৪২ পতাকা চামৰ যেন আকাশত শৰ ছোটে ছিৰি ছিৰি। কুণ্ডলে মণ্ডিত যেন তাৰাগণ জাকে জাকে ফুৰে উৰি॥ তেহয় বৎসৰ কিৰীটি মণি সহিত। জ্বলন্ত অগনি বসন্ত কালৰ অৰ্জ্জুনে কাটন্ত পৰি আছে ধৰণীত॥ ১৯৮৪৩ পতাকা ফুৰয় কৌৰৱৰ সেনাগণ। থিয় লাঞ্জ কৰি সেহিমতে কাটি যেন কালমেঘে পক্ষী অসংখ্যাত চৈত্ৰ ফাল্গুনৰ থান॥ কৌৰৱী সেনাৰ অসংখ্যাত মাথ ডাকিনী যোগিনী সৰে যেন পকা পাত। শৃগাল শগুনে অৰ্জ্জুনে পেলাইল কৌৰৱী সেনাৰ মাথ॥ ১৯৮৪৪ শিলা জাকে জাকে বৰিষিল পৃথিৱীত। ক্ৰোধত অৰ্জ্জুনে পৰ্বৰ্ব্বত আকাৰে স্বৰ্গৰ খসিয়া প্ৰজাৰ শোণিতে দহস্তে যেহেন পচোৱা বতাসে পেলাইলা কাটি ত্বৰিত॥ পিশাচ ভূত ভৈৰৱ। সেহিমতে মুণ্ড ৰাক্ষস ক্ৰব্যাদ কৌৰৱৰ কটা শৱ॥ ১৯৮৪৫ নখাৱয় ঘিণে পৃথিৱী ছানিয়া পৰি আছে ঠাই ঠাই। নদী এক বহি যাই॥ ১৬৯ বিৰাট পৰ্ব্ব মাংসে যে কদম ফালি টুপি ভৈলা হেন। অস্ত্ৰে জলজ ধৱল পতাকা উটে বৃক্ষজাঞ্জি যেন। ১৯৮৪৬ সম্যকে দেখিয়া ঢোউ সম উপৰত। তৃণ যাণ ছত্ৰ পৰ্ব্বত সমান কেশে যে শেৱাল নদীৰ যেন আৱৰ্ত্ত॥ যুগাস্ত কালত শৰ চাপ ধ্বঙ্গ আছে অন্তদ্বীপ সম। অনেক হাজাৰ বাণ পৰি আছে যত প্ৰজা সংহৰিল যম॥ ১৯৮৪৭ তীখাল বিষাল বাছি ১৩৪৫ হস্তীসব মৰি হেন দেখি দুৰ্য্যোধন দ্ৰোণ অশ্বত্থামা কৰ্ণ দুঃশাসন ৰূপ বিবিংশতি। সৈন্যৰ মৰণ কোপে আগ হুই একে জোপে অৰ্জ্জুনক ধাইল৷ সাত ৰথী॥ মেঘৰ গৰ্জ্জন সম ধনুৰ টঙ্কাৰ কৰি আকৰ্ণ পূৰিয়া গুণ টানি। অষ্টাদশ শৰ হানি কন্দ্ৰৰূপে যেন হানিলেক অৰ্জুনক ছানি। ১৯৮৪৮ অৰ্জ্জুনে বায়ুৰ অস্ত্ৰ তূলা হেন উৰুৱাইল ওচৰো নপাইল৷ গৈয়া বাণে। পুনৰপি চমৎকাৰে সাতকো ভেদিল মৰ্ম্মথানে॥ দ্ৰোণক যে ষাঠি শৰে হানি পেট পিঠি হিয়ে গুৰু তনয়ক শৰ সাত। সাত গোটা সৰ্প যেন গৰ্ত্ত পাইয়৷ লুকাইলেক থৰথৰি পশিল হিয়াত। ১৯৮৪৯ দশোদিশে নিৰোধিয়া শৰ হানি একেবাৰে দুৰ্য্যোধন কৌৰৱ নৃপক। এক শত শৰে কাটি বিবিংশতি কুমৰক কুৰি শৰে ভেলিল কৃপক॥