পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$038 অনেক আশ্বাস ৰাণী শুনি অৰ্দ্ধ নৰ। বায়ুবেগে ৰথখান ডকাইল আকাশে চানিল৷ যেন হুৱৰ্ণ চটক। ভয় হুয়৷ কৌৰৱৰ ভাগিল কটক॥ সাগৰত ঢৌ যেন গৈল বাৱ লাগি। ch উত্তৰ॥ ১৯৮২৯ মহাভাৰত অৰ্জ্জনক দেখি সেনা পলাইলেক ভাগি॥১৯৮৩০ সেহি বেল৷ ধৃতৰাষ্ট্ৰে পুত্ৰ চাৰি ৰথী। দুঃশাসন ছুম্মদ বিকণ— বিবিংশতি। চাৰি বীৰে অৰ্জ্জুনক ধাইল একে জোপে। চতুদ্দিশে ঢাকি শৰ বৰিষিল৷ কোপে॥ ১৯৮৩১ নাৰাচ মাৰিল৷ ঘোৰ ক্ষুৰ ৰুক্মদন্ত। শৰজালে সমূলে চানিল বায়ুপথ॥ আগবাঢ়ি যুজিবেক বীৰ দুঃশাসনে। অৰ্জ্জনক ভেদিলেক ভল্ল তিনি বাণে॥ ১৯৮৩২ উত্তৰকে৷ ভেদিল প্ৰচণ্ড এক শৰে। কেঙ্কান্তে থাকিল পৰি ৰথৰ উপৰে। ক্ৰোধিল অৰ্দ্ধন বীৰ পাণ্ডুৰ নন্দন। দুঃশাসন বীৰৰ কাটিলা ধনু খান॥ ১৯৮৩৩ হৃদয়ত পাঞ্চোগোটা ভেদিল নৰাচ। পলাই বীৰ দুঃশাসন নচাৱয় পাচ | মহাবীৰ বিকণ” গৈলেক ধনু টানি। অৰ্জ্জনক ভেদিলেক সাত শৰ হানি॥ ১৯৮৩৪ তাহাকো অৰ্জ্জনে পাচে ভল্ল তিনি পাটে। বৰ চোটে পিঠে কণ্ঠে ভেদিল ললাটে। মূৰ্চ্ছ। গৈল বিকণ’ হাতৰ ধলু এৰি। ৰণ হস্তে পৃথিৱীত পৰিল উফৰি॥ ১৯৮৩৫ দেখি বীৰ বিৰিশংতি দুৰ্ম্মদ সহিতে। অঙ্কনক লাগি শৰ বৰিষয় দ্ৰুতে। হাসিয়া অৰ্জ্জনে দুইকো ক্ষুৰ দুই বাণে। হৃদয়ত মাথানে ভেদিলা সন্ধানে। ১৯৮৩৬ আউৰ শৰে দুই হস্তৰ কাটি দুই ৰথ। হুই শৰে সাৰথিক নিল! যমপথ # ৰখভঙ্গে পৃথিৱীত পৰি দুই ভাই। লুচ্ছ। গৈলা দুয়োগোট মৃতক পৰায়॥ ১৯৮৩৭ দেখি বীৰ্গণে সবে পাচে মাৰৈ বুলি। পলুৱাই নিলে সধে শীঘ্ৰে ৰথে তুলি॥ বোলও কংসাৰি সবে এৰা আন কাম। পুৰুষ উদ্ধাৰ হোক বোলা ৰাম ৰাম। ১৯৮৩৮ সপ্তৰখীৰ সৈতে অৰ্জুনৰ যুদ্ধ তুড়ী অৰ্জ্জনে মাৰম্ভ হস্তী ঘোঁৰা ৰথ সৈন্য ভাগি পলাই ডৰে। কুবলে পাচে সৱে ধাইল চপকৰে॥ শুনি সিংহৰাৱ বাৰুৱতিগণে পৃথিৱী মেলাই ফাট। খাণ্ডা তুলি বোলে ধৰ মাৰ কাট কাট॥ ১৯৮৩৯ পৰিষ তোমৰ গঙ্গা যুগৰ প্ৰাশ যে পট্টীশ শকতি শূল আথাকে। অনেক হাজাৰ বেঢ়িয়া অস্ত্ৰৰ জাকে শ্ৰাৱণ আষাঢ় ছানিয়া দিশ সকল পৰ্ব্বতক ঢাকি কোপে অৰ্জ্জুনক অৰ্জ্জুনে তেখনে পাচে শৰ হানি ধনুৰ টঙ্কাৰ কাৰো হাত পাৱ হানৈ অৰ্জ্জুনৰ সবাকে কাটিল তাক। যেন পদ্মবন শৰবৃষ্টি কৰৈ ৰাহুত মাহুত কালমেঘ যেন জল। ১৯৮৪ দিব্য অস্ত্ৰ হানি মালিন্ত জাকে জাক কৌৰৱী সেনাক মধ্যত কাৰো ক্লাটিল। ক্ষণেকে সমূলে মজ্জা শিক্ষা উপৰিল। ১৯৮৪৯ সাৰথি কাটিল কৰচ কাহাৰে৷ ভৰি।