পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্বৰ দশ কুৰি কেৱে কেৱে নাচে পাত্ৰে ছেৱে ছেৱে! কতো ৰঙ্গে বাবে হাততালি। টোকাৰি মহৰি বাণী তেমছি খুমছি হাসি মহাৰঙ্গে কৰে ধিতিঙ্গালি। পাগুৱক পৰিতোষ শুনি আছে সবে পাত্ৰলোক। সমৰত হালিয়ে৷ পুনৰপি উপজিলে! চাৰিবীৰে উদ্ধাৰিলে মোক॥ ১৯৪১৮ এৰি পলাই সবে প্ৰজা পাপিষ্ঠ ত্ৰিগৰ্ভৰাজা সমৰত বান্ধি নেই তিনি। আজি মোক ত্ৰিগৰ্ভে যে ভৃত্য কৰি নিল হস্তে বীৰ ধনে আনিলেক কিনি। সমৰ সাগৰে ঘোৰ নাম গুচিলেক হস্তে মৎস্য। যাত হস্তে সমৰত শ্ৰুতি বুদ্ধি হৈল হত সিয়ে৷ ৰাজ৷ ভৈল মোৰ বশ্য॥ ১৯৪১৯ আমাৰ ভাণ্ডাৰ হস্তী ঘোঁৰা যত সৈন্য ৰথ। আজি ধৰি মোৰ আউৰ কিছো নোহে অধিকাৰ হীড়ক যাণিক ৰত্ন অনেক বুলিলা ৰাজা কন্যাক শতেক দেওঁ চাৰিৰেসে জানিবা সমস্ত॥ ৰিপুৰ হাতত মোৰ সহস্ৰ সংখ্যাত পাল দাসী দাস যত লাগে লোৱা। গৰু আছে ভাল ভাল থোৱা। ১৯৪২ যত মন তত লোৱা আৰো কিবা আছে বাজ শুনিয়োক দ্বিজৰাজ পাত্ৰ মন্ত্ৰী আছে সবে প্ৰজা। বল্লভক সমুচিত বিবাহ কৰিয়ে৷ গৈয়া অভিমত থাকে যেৱে অভিষেক কৰে। তেৱে আপুনি হুয়োক সামৰাজা॥ যাহাৰ প্ৰসাদে পুঞ্জ কমন প্ৰসাদ দিবো কিবা যোগ্য কৰিবো সম্বন্ধ। বন্ধু মুখ দেখিবোহো কাটিবাৰ ৰক্ষা গৈল স্কন্ধ। ১৯৪২১ গোপ গ্ৰন্থিৰুৰ দুইক চাটু কৰি বোলো মই ইচ দেখি আছো ভাল। অনেক কটক ছেদি দুই বীৰে আনি দিলে পাল॥ কৰযোৰে বুলিলস্ত শ্ৰীমন্ত পাণ্ডব চাৰি ভাই। তোমাৰ প্ৰসাদে প্ৰভু চিৰকাল সুখে আছো জয় জয় হোৱা মহাবাৰ। ১৯৪২ ইটো কোন চাৰ কাজ কহিবাক লাগে লাজ ত্ৰিগৰ্ভত সাধিলো জয়তি। কিছো শঙ্কা নকৰিবা নৃপতিক সম্বোধিয়া আনো সব বিপক্ষক সুখে ৰাজ্য কৰিয়ো অচিন্তি পুনৰপি যুধিষ্ঠিৰে তোমাৰ বিজয় কথা দূতত্সব পাঞ্চা নগৰক। সুশৰ্ম্মাক জিনিলোহে৷ শুনি ৰাজা পাঞ্চিলা দূতক৷ ১৯৪২৩ গৰুসব আনিলোহো শুনিয়োক সভাসদ ১৩১৫ ঘোৰ অস্ত্ৰে শস্ত্ৰে ভেদি এহি কথা নগৰত কহু। দূত পঠাই ৰাত্ৰি গোট তহিতে বঞ্চিলা সবে এহিমতে দক্ষিণ গোগ্ৰাহ # হুকবি কংসাৰি কবি পদবন্ধে নিবন্ধিলো বিৰাটপৰ্বৰ কথা পাই। হেন জাৰ্নি তুমি সবে মহন্তৰ ক্ষমাসে গৰুড় পক্ষীৰ সম ৰাজাক বোলন্ত প্ৰভু অম্লৰ আৰম্ভ গুৰু প্ৰায়। ১৯৪২৪ মই দীন হীনমতি ৰাজ্যত জনাওক গই • বৰ বৰ জ্ঞানীগণে সাৱশেষে অৰ্থ আৰু পথা অনুৰূপে যে গমন | শাস্ত্ৰ সমূদ্ৰত মই মোৰ বিৰচন পদ মোক নিন্দা নকৰিবা ভূষণ 1 বেগৱস্তু নোহে পক্ষী অগাধ শাস্ত্ৰত বৰ সাস। তত্ত্ব অৰ্থ নজানৰ মোহ পাই তেজয় নিশ্বাস॥ ১৯৪২৫ কমনে পাৱয় পাৰ তথাপি কৰিলে৷ আতি অগাধ সাগৰ সমসৰ। ডুব দিলো আতিশয় উদ্ধাবিৰে! পতি জনাগুন |