পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

58.45 ভীষ্মৰ আগত বিনাৱয় কুৰুপতি। গুনা পিতামহ তোমাতেসে গহ কৌৰৱৰ তুমি গতি॥ ২১৫২৮ শুনা মহামতি ভীষ্ম নিগদতি সিক কৰা বিষাদ। আমি বিদ্যমানে পাঁচে দুৰ্য্যোধন নাহিকে প্ৰভু প্ৰমাদ॥ প্ৰৱেশিলা মন্দিত। শুনা পাণ্ডৱৰ কৃষ্ণ ধনঞ্জয় কথা নিৰন্তৰ যি কৰিলা বীৰ যত॥ ২১৫২৯ তথাতে আছয় বসিলা সমস্তে বীৰ। ভীম সহদেৱ কৃষ্ণক নমিয়৷ আৰু গৈল৷ যুধিষ্ঠিৰ॥ বুলিলেক ধৰ্ম্মৰায়। শুনা নাৰায়ণ ৰাজ্যক আশঙ্কা থাকিয়ো কল্যাণে ফুৰে৷ বনে বনে বৃথাসে জঞ্জাল যুদ্ধক নকৰে৷ যাই॥ ২ ১৫৩০ সবে কৰি একফাল। চাৰ ৰাজ্যভাৰ লৈয়া ভাতৃগণ বান্ধৱগণ মৰাই। হুয়া অৱনত মাধৱ বদতি বাঞ্ছিত কৰ্ম্মক কৃতাঞ্জলি হুয়৷ আত কিছু নাই ভাল॥ নকুল সহিত মোৰ প্ৰয়োজন যাক বোল৷ ধৰ্ম্ম জ্ঞাতি বন্ধু ৰক্ষণ জীৱো ভিক্ষাকণে বুজিবা শাস্ত্ৰৰ মৰ্ম্ম। সবে ছাৰখাৰ আত কিছু কাৰ্য্য নাই॥ ২১৫৩১ শুনা মহামতি জীৱে৷ কতকাল তাৰেসে বাঢ়ে অধৰ্ম্ম # যিঞ্জনে এৰয় সেহিটো অধৰ্ম্ম অধৰ্ম্মতে ধৰ্ম্ম আছে। স্বধৰ্ম্ম বিনাশে নকৰা প্ৰকাশে ধৰ্ম্ম কি কৰিব পাচে। ২১৫৩২ পূৰ্ব্বত এৰিয়া ইসব ধৰ্ম্মক যুদ্ধক ভৈল৷ প্ৰৱন্ধ। এবে যদি ৰণ কৌৰৱে পাইবে আনন্দ বৈৰক আশঙ্কা মোৰ বোল ধৰা মনে। বিশেষত মই আৰু ধনঞ্জয় সহায় আছোহে৷ ৰণে॥ ২১৫৩৩ ধৰ্ম্মৰ নন্দনে কৃষ্ণৰ বচনে এৰিলা মনৰ দুখ। মাথা তুলি চাহি সত্বৰে হোৱা সন্মুখ কত বীগণ শুনি ভীমসেনে অষ্টাদশ জন জানি আসা বৃকোদৰ। দুতয় হাজাৰ ৰধ। তিনি শত হস্তী চাইল৷ সবে বীৰবৰ॥ ২১৫৩৪ বীৰৰ মৰণ ভীষ্মৰ শৰত দ্ৰোণৰ শৰত এৰি যাৰা বন মাৰিলেক ভগদত্ত॥ নেদিবা নৃপতি ভীমে সেনা গণি ভীমক বোলস্ত ধৰ্ম্মৰ মনে অসুখ। সমাজ বিসি ধনুকি পাঞ্চ হাজাৰ।, দুখৰ উপৰি দুখ॥ গুণস্তে গাস্তে সৈন্যৰ মৰণ লৰিল তেখনে পদাতিৰ পাটোৱাৰ॥ ২১৫৩৫ ৰাজদুৱাৰত লক্ষেক পদাতি উলটি নাসিলা গৈল পাঞ্চশত ৰাজাত জনাইলা পাচে যুধিষ্ঠিৰ পৰামৰিশত্তে ৰজনী প্ৰভাত ভৈলা। যোগনীয়৷ লোকে বাজন ৰজাইৰে লৈল| ২১৫৩৬