পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 18 তয়ে৷ মোক যাহা আৱে কোন খানে এৰি! বিছুৰ বিছৰ বুলি থাকিলন্ত পৰি। ২২০৯৬ হেন দেখি বিদুৰে মনত মহা মদ্যু। মেলি লৈল! পাচে আপুনাৰ শৰ ধলু॥ ধনু যাণ ধৰিয়া বিদুৰে গুণে মনে। কৌৰৱে বুলিবে গৈল পাণ্ডৱৰ ধানে। ২১০৯৭ ইটে৷ শঙ্কা তাসম্বাৰ গুচোক মনত। এহি বুলি ধনু আৰি থৈল৷ দুৱাৰত। বিদুৰৰ ধমু দুৱাৰত প্ৰকাশিল। দুৰ্য্যোধন ৰাজাৰ শুনিলা হেন বোল। উসমিস কৰি সবে লাগিল আন্দোল। ৰাজাগণ চলি গৈলা নানা বাদ্য বাই। সৈন্যৰ আন্দোলে যেন ভূমিকম্প যায়॥ ২১১০৫ সাত যে অযুত হস্তী সাব্জি ময়মত। একৈক হস্তীত সাত সাত যে মাহুত॥ দুই জনে আগত অঙ্কুশ খুষ্পি আছে। ধনু শৰ দুই জনে ধৰি দিব্য কাচে॥ ২১১০৬ বাৰু পাতি তাহাতে আছয় দুই জন। এক জনে শক্তিপাট ধৰিছে শোভন॥ হস্তীগণ সালঙ্কত বীৰ্ঘণ্টা গলে। লোহাৰ সন্নাহা সমে কৃষ্ণবৰ্ণ জ্বলে॥ ২১১০৭ সিন্দুৰে মণ্ডিত গণ্ড প্ৰকাশয় আতি। মেঘ মণ্ডলত যেন বিদ্যুতিকা পান্তি॥ ঘোঁৰাসব চলিল হুৱৰ্ণ মালা গলে। ৰাহুতে ডাকন্তে দেখি উৰি যেন চলে॥ ২১১০৮ অনেক সহস্ৰ ৰথ চলিলেক কাচি। থানে থানে অস্ত্ৰ তাতে বাছিলাত বাহি। দুৰ্য্যোধন ৰাজা পৰ দিবসতে যাই। আগে পাচে ভীষ্ম দ্ৰোণে অধিকে সুহাই। '১০৯ নাহি সীমা সংখ্যা যত নৃপতিসকল। সৈন্যৰ আন্দোলে মহী কৰে টলবল॥ গঞ্জ বাজী সহিতে সসৈন্যে চপকৰি। বলি যেন ইন্দ্ৰৰ পুৰক দিলে ধাৰি। ২১১১০ সেহিমতে ৰাজা দুৰ্য্যোধন চলি যায়। কুৰুক্ষেত্ৰে ৰহিল| সমভূমি পাই॥ গড় প্ৰাঞ্চি কৰিলেক ৰাজাৰ মন্দিৰ। হস্তীশালা অশ্বশালা গৃহ নৃপতিৰ॥ ২১১১১ ভীষ্ম স্লোণ কৰ্ণৰ মন্দিৰ বিতোপন। সেনাগণ সমস্তে ৰহিল৷ থানে থান ৰাজাগণ আগে দুৰ্য্যোধন নৰপতি। কযোৰে ভীষ্মৰ আগত নিগদতি। ২১২১২ যাক দেখি ৰাজাগণো সমস্তে ভৰিল। ২১০৯৮ কান্দন্তে ৰহিল নগৰৰ প্ৰজাগণ। গৈলন্ত বিছৰে তীৰ্থ স্নানিবাক মন॥ মাঝে জটা ধৰিলন্ত শয়ন ভূমিত। ফলমূল আহাৰ কৰিল৷ প্ৰতিনিত। ২১০৯৯ বৈশল্পায়ন বদতি শুনিয়ে! জন্মেজয়। কৌৰৱৰ পুণ্য ৰূপ বিদুৰ নিশ্চয়॥ মহাশান্ত ব্যাসস্থতে যিবেলা এৰিলা। জানিবা সমস্তে কুৰু তেখনে মৰিলা॥ ২১১০০ সমাজত ৰহিয়া কৌৰৱগণ আছে। সেহিবেলা ৰাজাগণে মাতিলেক পাচে॥ শুনা মহাৰাজা দুৰ্য্যোধন নৰপতি। তযু থানে আসি আছে৷ যতেক নৃপতি॥ ২১১০১ যুদ্ধ বিনা কিসক বিফলে ভুঞ্জে৷ অন্ন। বাহু চুলুকায়ে যুক্তিবাক যায় মন মত হস্তীগণ আনি আছে। তযু ঠাই। বন্ধন নলৱে ঘোৰ সমৰ নপায়॥ ২১১০২ আমাৰে৷ যুদ্ধক প্ৰতি ৰাত্ৰি নিদ্ৰা নাই। পাশুৱক মাৰো আদেশিয়ো মহাৰায়॥ দুৰ্য্যোধন বদতি শুনিয়ো ৰাজাগণ। কুৰুক্ষেত্ৰে চলা সবে হন্তে বঙ্গ মন॥ ২১১০৩ মোৰ লগে চলা ভীষ্ম জোণ তোৰা হুই। দুঃশাসন সসৈন্যে চলিয়ো আগ হুই একাদশ অক্ষৌহিণী বাছিলাত বাছি। দুৰ্য্যোধন বহুতি শুনিয়ে পিতামহ। আসি আছে মানে সৈঞ্চ চলভোক কাছি॥ '১৪ | কৌৰৱ কুলৰ তযু চৰণত গহ॥