পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নমো নমো নাৰায়ণ নৱ বিধ লক্ষণ তেন্তে প্ৰভু আদি দেৱ পাণ্ডৱৰ যুদ্ধ বাঞ্ছ৷ মাধৱে কহিল৷ যত জানি মোক কৰিয়ে৷ উদ্ধাৰ॥ দ্ৰৌপদীৰ দুখ বৰ যুধিষ্ঠিৰে শুনি নিৰন্তৰ। দুৰ্য্যোধনে ৰাজ্য নেদে ইহাতেসে মন খেদে মনে মনে গুণিল৷ বিস্তৰ॥ ২০৭৩৩ স্মৰি ৰাজ্য নিৰন্তৰ ভীমৰ ক্ৰোধত বৰ ললাটৰ হস্তে বহে ঘাম। গদ৷ গোট দাঙ্গি বৰ সৃষ্টি স্থিতি উদ্ধাৰণ ভীষ্মক দ্ৰোণক যানি গোত্ৰহত্যা মনে জানি যুধিষ্ঠিৰ ভৈলা উপশাম॥ চাহি আছে নিৰন্তৰ যাহাৰ। কৰো লক্ষ কোটি সেৱ দুয়ো নয়নৰ নীৰ বহে। গাণ্ডীৱ ধনুক ধৰি সহদেৱ নকুলৰ কৌৰৱ কুলৰ বাৰ্তা নাদিলন্ত ভয়ঙ্কৰ যাৰ চোট পৃথিৱী নসহে॥ ২০৭৩৪ অৰ্জ্জুনে টঙ্কাৰ কৰি শৱদে পূৰিলা দশোদিশ। এহিমতে বীৰচয় যুধিষ্ঠিৰ নৃপতিৰ সভাখান ভৈল উসমিস | উদ্যোগ পৰ্ব্ব ৰঘুদেৱ নৃপতিৰ নিজগুণে সিংহনাদ ভয়ঙ্কৰ কৌৰৱক বধিবাক মন। কৰে সবে জয় জয় উৎসাহ বঢ়ায়৷ কৃষ্ণ সেহিবেলা বুলিলা বচন | ২০৭৩৫ মহাবাজ বলিনাৰায়ণৰ বৰ্ণনা ৰূপৱতী পটেশ্বৰী তান দুই পুত্ৰ ভৈল জাত। গুণাকৰ ছোট বলিনাৰায়ণ খ্যাত মুকুন্দদেৰ যে বৰ >80* দৈবযোগে হেন ভৈল যেন সূৰ্য অস্ত গৈল মাণিকক বিন্ধিলেক ঘূণে। সৰ্ব্বলোকে কৰে শোক মুকুন্দ যে পৰলোক দেৱ ধৰ্ম্ম মৰমৰ গুণে॥ ২০৭৩৬ তাহান কনিষ্ঠ ভাই ৰঘুদেৱ নৃপতিৰ হুত। নামে বলিনাৰায়ণ কায়স্থ কুলৰ বীৰ দ্বিজগণে প্ৰশংসে বহুত॥ ৰঘুদেৱে কন্যা চাই নাৰায়ণ লস্কৰ প্ৰধান। তানে এক কন্যা জাত ৰত্নমালা নামে খ্যাত সুলক্ষণী নাহি যাৰ মান॥ ২০৭৩৭ পুত্ৰৰ সদৃশ পাই ৰূপে যাক হয় নাই ৰত্নমালা মহাদই বলিনাৰায়ণ তনয়ক। দেখি যাৰ গুণগণ বিবাহ কৰাইলো আতি মনোহৰ সভা পাতি দশৰথে যিমতে ৰামক॥ বন্ধুগণে জোকাৰিল ৰঘুদেৱ নৃপতিৰ পৰাক্ৰমী গুণালয় প্ৰকাশিলা একত্ৰত বসি। নান৷ বাছো উথলিল স্বৰ্গত ৰোহিণী যেন শশী॥ ২০৭৩৮ ধৰ্ম্মৱন্ত দেখি সাৰ আমাৰ আশীষ বৰে বলিনাৰায়ণ সম যাৰ যশ দশোদিশে গৈল। পুটাঞ্জলি কৰি স্তুতি ৰূপে যেন ধনঞ্জয় ধৰ্ম্মনাৰায়ণ নাম থৈল॥ স্বৰ্গ মহাৰাজ৷ যাৰ যাবচ্চন্দ্ৰ দিবাকৰে ধৰ্ম্মনাৰায়ণ চিৰঞ্জীৱ। স্বধৰ্ম্মে পালিয়ে৷ প্ৰজা হুয়ো একছত্ৰে ৰাজ! সদা বৰ দিয়স্তোক শিৱ॥ ২০৭৩৯ শুনিয়োক সভাসদ ইটে৷ ভাৰতৰ পদ্ম বঢ়াটুটা দোষ ক্ষমা কৰি। বোলে ৰাম সৰস্বতী সঘনে ঘুষিয়ো ৰাম হৰি॥ ২০৭৪º