১৪০২
“সময়স্তি কৰিলাহ| কুৰু পাগুৱৰ | কিনে| ৰঙ্গ ভৈল আজি আমাৰ মনৰ | ২০৬৮১ একে বংশে জাত সবে কুৰু পাণ্ডুগণ।
একে গাছ বৃক্ষ যেন পৰম শোভন ॥
তাতে কৰ্ণ শকুনি ভৈলেক কৰৱত।
ৰৃক্ষৰূপ পাগুৱৰ ফালিলে মাজত ॥ ২০৬৮২ তুমি আজি সবাকে কৰিল! একথান। আতপৰে মাধৱ আনন্দ নাহি আন ৷
গুনি হৰি হাস্য কৰি,মাতিলন্ত চাই।
অল্প কৰি মাতিল| গম্ভীৰ অভিপ্ৰায় ৷৷ ২০৬৮৩ কুৰু পণ্ডিৱৰ সময়ন্তি ভৈল যত ।
অম্ল কালে তোমাসাত হৈবেক বেকত ॥
এহি বুলি ৰথ ডাকি চলিলন্ত হুৰি।
গধূলি বেলাত পাইল| বিৰাট নগৰী ॥ ২০৬৮৪ বৈশম্পায়ন বদতি শুনিয়ে| নৰেশ্বৰ ৷
কৃষ্ণ আসিবাৰ কথ| গুনি যুধিষ্ঠিৰ ॥
সৈন্যে সহিতে সমদলে পাঞ্চ ভাই।
আগবাঢ়ি গৈল| আনন্দৰ সীম| নাই ॥ ২০৬৮৫ আসন্ত নৃপতি কৃষ্ণে দেখিয় পথত।
ৰথ হন্তে নামি প্রণামিল| চৰণত ॥
যুধিষ্ঠিৰে আঙ্কোৱালি ধৰি হৃদয়ত।
পৰম সন্তোষ ভৈল| বাক্য গদগদ ৷৷ ২০৬৮৬ প্ৰেমে পুলকিত তিনি তাপ ভৈল হত।
যেন ক্ষুদ্ৰ নদীসব পৰে সমুদ্ৰেত ॥
ভীমেয়ে| কৃষ্ণক পাই ধৰি দুই হাতে।
মহা স্নেহে সাৱটি ধৰিল! আথেবেথে ॥ ২০৬৮৭ যেন পতিব্ৰতা নাৰী পায়| স্বামী সঙ্গ । তেতিক্ষণে আনন্দ মনত মিলে ৰঙ্গ ॥ সেহিমতে কৃষ্ণক ভীমেয়ে| লাগ পাই । কতোক্ষণ মনে ধৰি নিলে আলগ|ই ॥ ২০৬৮৮ অনন্তৰে কৃষ্ণক অৰ্জুনে আলিঙ্গিল। অৰ্লুনকে| নাবায়ণে আলিঙ্গি ধৰিল ॥
নকুল সহদেৱ চুই নমিল| কৃষ্ণক ।
মাধবেয়ো আলিঙ্গি ধৰিল| দুইহন্তক ॥ ২০৬৮৯
মহাত্াৰত
সি বেলাত তথাতে যতেক ৰাজাগণ |
মাধৱক নমিলেক কৌতূহল মন ॥
এহিমতে সত| মাজে বসিলন্ত হৰি।
বসিল| পাণ্ডুৱগণ কৃষ্ণক আৱৰি ॥৷ ২৭৬৯০ মাধৱক আৱৰি চৌপাশে বীৰগণ ।
নিচুকি থাকিল| কেৱে নুবুলি বচন ॥ বৈশম্পায়ন বদতি গুনিয়ে| নবেশ্বৰ !
যুধিষ্ঠিৰে কৃষ্ণক মাতিলা ধীৰে ধীৰ ॥৷ ২০৬৯১ যুধিষ্ঠিৰ বদতি শুনিয়ে! দামোদৰ !
তব দৰশনে মোৰ কৌতুক বিস্তৰ ॥
চিৰকালে ৰৃদ্ধ পিতৃমাতৃ বাৰ্ঁ৷ পাইলে৷ । তোমাক দেখন্তে যেন মাৱক দেখিলে| ৷৷ ২০৬৯২ কুশলে কি আছে ধৃতৰাষ্ট্ৰ নৃপবৰ ।
ছুৰ্য্যোধন কুশল শতেক ধনুৰ্দ্ধৰ |
ভীষ্ম পিতামহ ৰ্দ্ধ বাহলীক নৃপতি ।
কুশলে কি আছে যুযুধান মহামতি ৷৷ ২০৬৯৩ কন্প কৃতকৰ্ম্ম৷ অশ্বত্থাম| মহাবীৰ ।
শকুনি কুশল যাৰ কপট শৰীৰ ॥
কুশলে কি আছে সোম্দত্ত মহাৰথ
নাৰীগণ কুশলে কি আছয় সমস্ত ॥ ২০৬৯৪ গান্ধাৰী কুশলে আছ| পতিত্ৰত! মাৱ ।
বন্ধুগণ কুশলে কি আছ! ঠাৱে ঠাৱ
ভ্ৰাতৃ পুত্ৰ ভাগিন! মাতুল পুত্ৰচয়।
দাসগণ আমাঠেৰ কুশলে আছয় ॥ ২০৬৯৫ যথ| অশ্বত্থামা থাকে দ্ৰোণৰ তনয়।
সি দেশৰ কুশলক নাহিক সংশয় ॥
ব্ৰাহ্মণক দান দেল্ত সম্পত্তিক বাঢ়ি।
আমি যিব| দিলে| কিব! তাকে| লৈল কাঢ়ি ’৯৬ পিতা পুত্ৰে ব্ৰাহ্মণৰ দোষ ক্ষম| কৰে। ব্ৰাহ্মণক পুঞ্জী ৰাজা কৰে কি নকৰে ॥
বিধি অজি আছে ব্ৰাহ্মণৰ শুদ্ধ কায়।
যাৰ পৰিতোষে ধৰ্ম্ম অৰ্থ মোক্ষ পাই ॥ ২০৬৯৭ কিবা পাণ্ডৱক মন্দ বোলে কুৰুগণে ।
কিবা ভাল বোলে প্রডু কহিয়ে| এখনে {