পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত শুনা শুনা জেঠা ধৃতৰাষ্ট্ৰ নৃপবৰ। তুমি সৰ্ব্বোত্তম যত নৃপতি কুলৰ॥ অজমীঢ় কুলে যাক গণনাত গণি। যাৰ শুদ্ধ গুণ যশে ঢাকিল ধৰণী। ২০৫১৫ দেখস্তেয়ে৷ শোক লাগে শুনস্তেয়ে৷ দুখ। এখানি দোষত নিন্দা কৰে তোমৰাক॥ দুৰ্জ্জনৰ বোলে পাণ্ডৱৰ বনবাস! জীৱন মৰণ তাৰ এৰিলাহা আশ৷ ২০৫১৬ তাহাৰ ৰাজ্যক পুত্ৰেয়েৰে কৰা ভোগ। বৃদ্ধ বয়সত জেঠা ইকি হৱে যোগ। বন পৰিহৰি অজ্ঞাতৰ দুখ পাই। তযু আজ্ঞা অ্যাপি আছয় বাট চাই॥ ২০৫১৭ তুমি দেখো যুদ্ধক উদ্যোগ বিপৰীত। ৰাজাগণ আনি আছা ইকি যথোচিত। হুইতো জেঠা সমৰক অভিলাষ মনে। উদ্যোগ কৰিছা তুমি পৰম যতনে। ২০৫১৮ পাণ্ডৱক মাৰিলে সমস্তে ৰাজ্য পায়। কিন্তু দৈৱগতি জেঠ৷ বুজন নযায়! যদি হেন হৱে যুদ্ধে পাণ্ডৱক মাৰি। সকলে পৃথিৱী পাইবা অকণ্টকা কৰি॥ ২০৫১৯ তথাপিতো জেঠা পাচে হুমৰিব৷ মোক। কিছো ৰঙ্গ নপাইবাহ৷ ভাতিজাৰ শোক। যদি যেন হৱে যুদ্ধে পাণ্ডৱ বিশাল। দুৰ্জ্জুনৰ অগনি সাক্ষাতে যমকাল॥ ২০৫২০ প্ৰচণ্ড বিশাল ঘোৰ দেৱতাৰ শৰে। নিগুটি কৰিয়া যেৱে কৌৰৱ সংহৰে॥ তেৱেতো তোমৰ ভৰা নাৱ তল যায়। তেৱে কি কৰিব৷ জেঠা নেদেখো উপাই॥ '২১ পৃথিৱীৰ ৰাজাগণ আনি আছা যত। সবেয়ো মৰিবে অন্যো অন্যে সমৰত। পাগৰ উপৰ কৰি কিৰীটিৰ আগে। সামান্যৰ যেন নৃপতিত অনুৰাগে॥ ২০৫২৩ সেহিমতে কৃষ্ণে অৱনত কৰি মাথ। ধৃতৰাষ্ট্ৰে ৰাজাৰ দিলন্ত হাতে হাত॥ ধৃতৰাষ্ট্ৰে কাকত পঢ়াইলা বিদ্যমান। যি বুলিলা যুধিষ্ঠিৰ ভীম যে অৰ্জ্জুন॥ ২০৫২৪ যুধিষ্ঠিৰে নান৷ বুলিলন্ত প্ৰিয় ভাৱ। অৰ্জ্জুনে বুলিল৷ যুদ্ধ সমৰ গৌৰৱ॥ ভীমে বুলিলন্ত ঘোষ ঘাতুক দুৰ্ব্বাৰ। শুনি কষ্ট মিলি গৈল সকলে সভাৰ। ২০৫২৫ সিবেলাত বাক্যচয় শুনি মাধৱৰ! হেন জন নাহি কিছো দিবেক উত্তৰ। কৃষ্ণৰ বাক্যত সবাহাৰে তুষ্ট মন। কেৱলে মুশুনে তাক ৰাজা দুৰ্য্যোধন॥ ২০৫২৬ ঘনে ঘনে উঠে বৈঠে চাহে চতুৰ্দ্দিশি। হেন দেখি মাতিলস্ত পশুৰাম ঋষি॥ ধৰ্ম্মশীল সাধু সিটে৷ ঋঋষি সৰ্ব্বজ্ঞান। হিত উপদেশ কথা কহিলা বিধান॥ ২০৫২৭ পশু ৰাম বদতি শুনিয়ো ৰাজাগণ। কাৰে৷ বাক্য নমানে দাম্ভিক দুৰ্য্যোধন॥ আপুনাৰ দত্ততে আপুনি হুইবে ক্ষয়। কহে৷ আৱে শুনিয়ো দম্ভৰ কথাচয়॥ ২০৫২৮ দত্ত নৃপতিৰ আধ্যান শুন দুৰ্য্যোধন মোৰ বচন সম্প্ৰতি। দত্ত নামে পূৰ্ব্বত আছিল নৰপতি # তঞি নমানস গুৰু গৌৰৱ যে মনে। সিয়ো পাপী আছিলেক এনুৱা দুৰ্জ্জনে৷ ২০৫২৯ থাকে জানি দম্ব যদি নভাঙ্গাহা আগে। তোক যেন ভুঞ্জন্তে নাটয় বসুমতী। বিশ্বদ্ৰোহ পাতক তোমাত তেৱে লাগে। ২০৫২২। সিয়ো পাপী আছিলেক এনয় দুৰ্ম্মতি॥ এহি বুলি আসনৰ উঠিলপ্ত হৰি। দেৱালুৰ মনুষ্যে নসহে যাৰ ছোট। বুধিষ্ঠিৰ ৰাজাৰ কাকত শিৰে ধৰি চ দন্ত নামে দুৰাচাৰ ধূমকেছু গোট। ২০৫৩০