পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮২ পাচে পাগুৱক আনি কৰি সতকাল। বিভাগিয়া অৰ্দ্ধৰাজ্য দিবা আধুমাৰ॥ তেৰেসে উচিত কথা হোৱয় আমাৰ। লোকে যেন দোষ দিবে নপাৰয় আৰ॥ ২০৩৬৪ দ্ৰোণৰ সম্মত এহি মোৰো নিষ্ট বাণী। কুশলে থাকিবে যদি কৰ এহি খানি॥ বৈশম্পায়ন বদতি শুনিয়ো মহাশয়। সবাকো সম্বুধি পাচে বিদুৰে বোলয়॥ ২০৩৬৫ শুনিয়োক মহাৰাজা এহি খানি কৰা। কিঞ্চিতেকে৷ কপট কৃষ্ণত পৰিহৰা॥ সবাৰো ঈশ্বৰ হৰি ব্ৰহ্মাৰে৷ নমস্ত। তথাপিতো ভকতজনৰ মাত্ৰ বশ্য॥ ২০৩৬৬ আকে জানি যত আছে ধন ৰত্ন বিভ। কৃষ্ণৰ চৰণে অৰ্পি পূজিবে উচিত॥ যত দিয়া মানে তাৰ নমাগিবা ফল। তেৱে মনোৰথ সিদ্ধি হুইবেক সকল॥ ২০৩৬৭ ধৃতৰাষ্ট্ৰ বদতি মনৰ প্ৰিয়কৰ। কৃষ্ণক পুজিবে ইচ্ছা মোহোৰ মনৰ। যত আছে মোৰ ধন ৰত্ন অসংখ্যাত। কৃষ্ণক পূজিৰো কালি বিচিত্ৰ সভাত॥ ২০৩৬৮ কালি মোৰ মহিমা দেখোক চক্ৰপাণি। এত দিন পাগুৱে নিদিছে যিবা খানি। কালি মই প্ৰথম পূজাতে দিবো তাক। পাগুৱক তেজি যেন ভঞ্জয় আমাক॥ ২০৩৬৯ অযুতেক ঘোৰা দিবে৷ তিমি শত ৰথ। পাঞ্চশত দত্তাল দিৰোহে৷ ময়মত্ত। পৰম সুন্দৰ একশত দিবো দাস। দাসীগণ দিবো দৰ্শনে অভিলাষ॥ ২০৩৭০ হাজাৰেক কন্য৷ দিবো বাছি বাছি আনি। দশনে মোহ যেন যান্ত চক্ৰপাণি॥ নাৰীৰ লোভত মোহ হুয়া বনমালী। পাওৱক পাসৰিব তাসম্বাক পাইলি৷ ২০৩৭১ শুনিয়োক বাপু দুৰ্য্যোধন মহাবল। সসৈছে সহিতে তই এতি মহাভাৰত I 1 যেহি পথে দিয়া আসিৱন্ত দামোদৰ। তথা তথা গৃহসব সঙ্গায়ো বিস্তৰ॥ ২০৩৭২ চৌপস্থা পদূলিগণ কৰ জাতিষ্কাৰ। নাৰীগণে তাতে বসি থাকোক আপাৰ॥ অসংখ্যাত বস্ত্ৰ দ্ৰব্য হুসম্ভাৰ লই। গোবিন্দ আসম্ভে হেন মঙ্গল কৰয়॥ ২০৩৭৩ গৃহগণ নিৰ্ম্মাণ কৰোক যতমান। দধি হুগ্ধ ষড়স থৌক থানে থান॥ কৰ্পূৰ তাম্বুল থৈবা জিৰাইবাৰ ঠাই। মাধৱক আসন্তে যেন থাকন্তু জিৰাই। ২০৩৭৪ শুনা সভাসদ পাত্ৰ মন্ত্ৰী যত লোক। ঝাণ্টে নগৰক সালঙ্কত কৰিয়োক!! হস্তিনাপুৰত ঠাই সবাতে বিশেষ। দুঃশাসন গৃহত বহিবা হৃষীকেশ। ২০৩৭৫ শুনি ধৃতৰাষ্ট্ৰক প্ৰশংসে সামৰাজে। ব্যাসৰ সম্ভতি একে বিছুৰত বাজে॥ বিহুৰ বদতি দদা পৰম সুবোধ। এখানি গোচৰ কৰো নকৰিবা ক্ৰোধ॥ ২০৩৭৬ হুইতে| তুমি কৃষ্ণক পূজিবা নানাভাৱে। শুনি শুনি আমাৰ আনন্দ মন হবে। ধন ৰত্ন দিব৷ জানে৷ পৰম নিৰ্ম্মল। এখানি দোষত জানা সকলে বিফল॥ ২০৩৭৭ যেন গঙ্গাজল আনি পিয়ে কোনো নৰে। তেখনে পাতক হৰে নিঃশেষ জন্মৰে॥ সেহি গঙ্গাজল যদি সুৰসিমে খায়। আছোক পাতক হৰে তাৰে! জাতি যায়॥২০৩৭৮ সেহিমতে দাদা তুমি বোলা যতমানে। সকলে বিফল দেখো তামসিক দানে॥ মুখত অমৃত হৃদয়ত বিষঘট। পাণ্ডৱক লাগি তোৰ এতেক কপট। 203৭৯ । কৰা মনে হেন আশা পাণ্ডৱক এৰি। অৰ্থলোভে তযু পক্ষ হৈৰা দেৱহৰি॥ অন্ধকৰ অন্ধ বৃদ্ধি হেন লৱে মনে। | সিংহ শৃগালক ভজে কোন জনে। ২০০