পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
কাঁহে
কেঁকোৰা-খোলা
৩৩

কাহে বাঁহে লাগিলে বজা—ক্ৰি, দুটা কাঁহৰ পাত্ৰ লাগিলে অৰ্থাৎ ঠেকাঠেকি হলে বাজে অৰ্থাৎ শব্দ কৰে দুটা মানুহে লাগিলে অৰ্থাৎ দন্দ্ লাগিলে বাজে অৰ্থাৎ মুখেৰে গলিয়াগলিয কৰে। এই স্থলত, দন্দ্ কৰা মানুহক কাঁহৰ লগত তুলনা কৰা হৈছে। এতেকে - বেগতে খং উঠা দুজন মানুহৰ ভিতৰ সামান্য বিষয়ত দন্দ লগা , the quarrelling of two persons of equally excitable temperament. বাঁহী-পাতে • বটালি, (কাহা= * “ীৰ বাও? • চি• ধৰ থক। বল পাতেৰে এবিধ গছ 1 ) হাবিত সে -’ল ক'হী-পাতে অশ্য অশপ-

  • বপ। [াটে কিন্তু পৰিশ্ৰমী গাৱলীয। মানুহৰ প ক্ষ ইচেত

সামান্য আঘাত। এতকে --না এ ও শকাৰ ২ to ) hind ominully

  • ছি। খে'চ দি fঞ দল জঠৰে যা খুচি ধৰ হম এতক-বৰকৈ

| নাচাৰ কৰ, to ortise, to torment বুৰ ৰ৩ * মৰা কি, কুঁজৰ ঠিক্ মুৰতে অৰ্থাৎ ওপৰত কীল মাৰি দিল ও পোন হৈ যাম বুলি কয। কোনো মানুহক

নি কবি হলে তাৰ যুঁজত অৰ্থ; তাৰ িছল গুণ আছে

তাৰ ওৰত কী মাৰিব লাগে তৰ্থ ৎ অঘাত কৰিব লাগে। এতক কোনো মানুহৰ দুৰ্বল অংশ আক্ৰমণ কৰা to deal with person just in the right way ৭০ as to obtain from hm what I waited, জাত ধৰ যি, নাঙ্গল অথাবেঁকোৰ। এতেকে,—মঙ্গলত ধৰা, হাল বাবলৈ ধৰা, খেতি আৰম্ভ কৰা, চই' ব্যৱসাস অৱলম্বন কৰা, বঃকৰ সাৰ। ব্যৱসায়ৰ দ্বাৰা জীবিক। উপাৰ্জন কৰা, to live by ploughing to lund, to earn by tle +wout of the brow, to lead a labourious life. কেঁকোৰাগাঁত বিচৰা—ক্ৰি, কেৰে। ৰৰ গাঁত অকোৱা-পকোৱা। গাঁতত সোমালে কেঁকোৰাক বিচাৰি পাবলৈ টান হয়। কেঁকোৰৰ গাত বুলিলে পলাই সৰিব পৰা ঠাই বুজায়। এতেকে,ভয়ত পলোৱা, to 1u away through great fear. কেঁকোৰা-খোলা দিয়া ক্ৰি, কেঁকোৰাৰ পোৱালিয়ে মাকৰ গৰ্ভ খুলি প্ৰাণনাশ