পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
পিঠিত
পুতনা
১৭৩

তেতিয়া সেই কাণ ৮ ও ২ পৰাৰ নিমিত্তে অপৰাধীয়ে অনায়াসে প্ৰহাৰ সহ কৰিব পাৰে। এতেকে,—বিষম পহাৰ সৰু কৰিবৰ নিমিত্তে সাজু হোৱ, to be prepared to receive a sound beat!g. পিঠিত তেল ঘঁা--ক্ৰি, তেল হলে পিঠি পিছল হয়। তেনেকুৱা পিঠিত কোবালে দেব পিছাল ৰায় আৰু কষ্ট কম হয়। এই মূলত বুঙ্গে। হৈছে, যে পাৰৰ কষ্ট লাঘৱৰ অ, আগৈয়ে পিঠিত তেল ঘহি খোৱা হয়। এতেকে,-প্ৰহাৰ পাতি লবৰ নিমিত্তে সাজু হোৱা, to be prepared to receive punishment. | পিঠিত ৰবৰি ফল বছা-f, পিঠিত উৰাই ঘূৰাই কোলে বাবৰি ফুলৰ নিচিনা সাঁচ বহে। একে,—উই-ঘূৰাই কোকোৱা, to beat | severelv. পিঠিত ৰাইডাং ফলা—জি, [ পিঠিত কোবাই ৰাইডাং ফল ] উধাই-মুধাই | কোবোৱ', to bolabour mercilessly. পিঠিত হাত ফুৰোৱ--ক্ৰি, [ “গাত হাত ফুৰোৱ চোৱ॥} পিলিকা বনবিং , পিলিকি কৰি থকা বৰ, লাহে লাহে কৰিব পৰা বন, ৪ | todious worls. পিহি ফোট লোৱা--ক্ৰি, মন্ত্ৰ মাতি কোনো বস্তু পটাত পিহি গুড়ি কৰি কঁপলত ফেঁাট লোৱা হয়। এতেকে-কোনো বস্তু বা কাৰ্য্য ধাৰ্থ-সিৰি বিশিষ্ট সায়তা কৰা, কোনো বস্তু বা বাৰ্য বিশিষ্টভাৱে লাগতিয়াল হোৱা, (ব্যঙ্গাৰ্থ) to cause a thing to be useful in an exollest mara.er (used irouically). পুখুৰিত বি’ দিয়া-ক্ৰি, পানী জীৱন-ৰাৰ প্ৰধান যন্ত। পানীৰ সম্পৰ্কে শত্ৰুতা ডাঙ্গ শত্ৰুত বুলি গণ্য হয়। পুখুৰিৰ পানীৰে ভাত ৰাতি ৰৰ সকলো মানুহে খায়। সেই পানী যদি বিং দিয়া হয়, যেনে- হলে গোটেই ঘৰ মানুহ মৰিবৰ আশঙ্কা থাকে। এতেকে-বোৰ শত্ৰুতাচৰণ কৰা, to do an extremely hostile act, পুতনা ৰাক্ষসী-বি', কৃষ্ণ কেঁচুৱা লৰা হৈ থাষ্ণোতে কসই তেওঁৰু বিষয় পিয়াই মাৰিৰ নিমিত্তে পুতনাৰু ঠাইছিল। পুতন মোজি' বেশেৰে আহি আৰু কৃ দিছিল। একে অন্তৰ লগতে সব