পৃষ্ঠা:ৰেণু.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেণু


তাহানিৰ দৰে বাঘ বৰা পহু
 ইফালে সিফালে ফুৰে,
তাহানিৰ দৰে  গাৰোৰ ডেকাই
 ধেনু কাঁড় লই ঘূৰে ,

 

তাহানিৰ দৰে নিজৰা ৰূপহী
 ঘূৰে সুখ গীত গাই,
ঠুনুকী লেটীৰ দেখাদেখি আৰু
 নহল নহল হায়।

৬০