এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বীণাপাণি!
আজি পুণ্য পঞ্চমীৰ মাহেন্দ্ৰ-ক্ষণত
বিমোহিনী বীণা লই আহিছ যেতিয়া,
কত যাবি সন্তানৰ কোমল হিয়াত
নেপেলাই কবিতাৰ কলি কুমলীয়া?
বীণাপাণি!
আজি পুণ্য পঞ্চমীৰ মাহেন্দ্ৰ-ক্ষণত
বিমোহিনী বীণা লই আহিছ যেতিয়া,
কত যাবি সন্তানৰ কোমল হিয়াত
নেপেলাই কবিতাৰ কলি কুমলীয়া?