পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
ৰাস ক্ৰীড়া।

হোবন্ত হৰি যদি পূর্ণকাম।
কৰিলা কেনে গৰিহিত কাম।।
ছেদিয়ো সংশয় কৈয়াে বৃত্তান্ত ।
দিলন্ত শুনিয়া শুকে সিদ্ধান্ত।।
শুনিয়ো সৰ্ব্বজনে ৰাসক্রীড়া।
বঞ্চিবা যেবে সংসাৰৰ পীড়া।।
কৃষ্ণৰ কিঙ্কৰে কহে সম্প্ৰতি।
বোলা হৰি হৰি একান্ত মতি।।

- - - -


ঘোষা।

ৰাম ৰাম বুলি তৰা ভাই।

অন্তকে পাইলেক পৰা।।
পৰম ঈশ্বৰে কৰে অধম্ম।
জস্বীত কিছু নাহি অধম্ম।।
সব্বভক্ষ বহ্নি সবাকো শোষে।
তথাপিতো কিছু নোছোৱে দোষে।।