পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাস ক্ৰীড়া।

ঘোষা।

বল হৰি ৰাম মুকুন্দ মুৰাৰি।
বিনা হৰিনামে ভৱ তৰিতে নপাৰি॥
 শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।
 কহো ৰাস ক্ৰীড়া কথা কৃষ্ণৰ চৰিত॥
 শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
 ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন॥