সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অধিকাৰে আনিছিল। কান্দে ময়ো কান্দো। ৰামনবমী নাটক এতিয়া কোনে পিন্ধিব? সেই বোৰ দেখি তেওঁ আব্দ আই! সিদিনা মিতিনিউকৰ তৰ পেৰা এটা ৰৌ মাচ দি পঠাইছিল। চোয়ালী জনিয়ে নেখায় দেখি এটাইকে দিলোঁ ময় নেখালোঁ। এতিয়া তাইৰ নিমিতেই আমাৰ ঘৰত এটাই বিলাক নিৰামহীয়া আঞ্জাহে। মাচৰ আঞ্জা প্ৰায় নহয়েই। সয়ন্ত্ৰী। নৰীয়াটোনো কি? তোমালোকে নে জানানে? ফলে। আমাৰ আগত ন কয়। কালি জয়ন্তী আইটীৰ মুখেহে শনি হ, নোয়াই তোলনী হবৰ পিছ বেলি নোয়াৰা হবৰে পেৰা বৰকৈ গা যায়। লৰা মানহে বদজিব নোয়াৰে। জান যদি আই হে চোয়ালী জনিৰ মাখটোকে ভাঙ্গি দেগই যা। সয়ন্দ্ৰী। বাৰু আই! ময় সাজ বেলীয়া আহিম। (সয়ন্ত্ৰীৰ প্ৰস্থান। ) জয়ন্তীৰ প্ৰবেশ। আমই! সখীৰ কেনে কৰিছে। জয়ন্তী। আমা ফলে। এঃ কেনে কৰিব? আমি শ,ধিলে জানো সখীয়েৰে কিবা কয়। ময় মাতি দিও তয় শোধ। আই (৩৩ ) নবমী আইটী। অ আইটী—কলবালৈ গল, শ,লে হবলা? হেৰ সোণাফলি। আইদেয়েৰক মাতি দে হেনে জয়ন্তী আইটী আহিছে। নেপথ্যৰ পৰা – আই গইছো। সখি। হাঁ। সোণাফ, লী! তামোলৰ বঁটাটো - লই আহ। নবমীৰ প্ৰবেশ। ফলে। (জয়ন্তীৰ প্ৰতি) মাই! ময় যাও দেই। নবমীৰ প্ৰতি ) তয় সখীয়েৰে সইতে ধেমালী কৰি থাক উভয়ে। বাৰু আই যোয়া। জয়ন্তী। সখি! তোমাৰ নো কি হইছে? নবমী। সখি! মৰিবলৈ ওলাইছোঁ। (ফালে ৰীৰ প্ৰস্থান ) জয়ন্তী। ছিঃ শত্ৰুৰ মাৰে নেওচন কে ওচন যাওক। এনে কথা কব নেপায়? নবমী। আৰ সখি! আমাৰ মৰাই ভাল। জয়ন্তী। কি কোয়া চোন?