সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 ৰাজসূয় তোহ্মাৰ বীৰ্য্যৰ বল ৰিক্ৰমক নজানিয়া জিনিলো বুলিয়া মহামন্দ। ৰাঢ়ি গৈল মহাদ সেহিটো গৰ্ব্বত থাকি আহ্মাক বান্ধিলে জৰাসন্ধ॥ বিপক্ষ জানিয়া প্ৰভু তোহ্মাৰ প্ৰজাক পীড়ে তুমি বিনে গতি আন নাই। জানিয়া গৰুড়কেতু আমাৰ মোক্ষৰ হেতু চিন্তিয়োক আপুনি উপায়॥৯০ দূত নিগদতি প্ৰভু এহিমতে ৰাজাগণে অনেক যতনে আতি ৰাত্ৰি দিনে তোহ্মাক সবে দৃঢ় কৰি আছৈ চিত্ত॥ দেখিত। তযু পদপঙ্কজত পৰম প্ৰপন্ন দীন দাস সমস্তক দুখ সাগৰত কৰিয়ো উদ্ধাৰ। কৰিয়ো কৰুণা নাথ অনথিসবক প্ৰতি গতি মতি তুমিসে আমাৰ॥৯১ নমো নমো নাৰায়ণ নৰৰূপী নিৰঞ্জন যদুকু হেনয় কৃষ্ণৰ পাৱে দৈৱকীৰ গৰ্ভে অৱতাৰ। কেশীকংস আদি কৰি সংহৰিল৷ পৃথিৱীৰ ভাৰ॥ কুল কমলৰ যাৰ কৃষ্ণ হেন মহানাম। নিৰন্তৰে বোলা ৰাম ৰাম॥৯২ - দানৱগণক মাৰি প্ৰকাশক দীনকৰ সুদৃঢ় বিশ্বাস কৰি