সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় বিচিত্ৰ পৱিত্ৰ বস্ত্ৰ পিন্ধি অনন্তৰে। বলি বিশ্বদেৱ যাগ কৰি দামোদৰে॥ অগ্নিহোত্ৰ কৰি পাছে জগতৰ বাপ বাক্য মন নিয়মি কবন্ত মন্ত্ৰ জপ॥৩৫ দেৱ ঋষি পিতৃ বৃদ্ধসবক অচচ ন্ত। পূজা অবসানে আদিত্যক অৰ্থ দেন্ত॥ অনন্তৰে গৈয়া দান দেন্ত ভগৱন্ত। শুনিয়োক লেখা যত গোদান কৰন্ত॥৩৬ চৌবাশী অধিক ত্ৰয়োদশ সহস্ৰেক। ঘৰে ঘৰে প্ৰতিদিনে দিৰন্ত প্ৰত্যেক। সুৱৰ্ণব শৃঙ্গ তাম্ৰ পৃষ্ঠ কাংস্যোদৰ। বজতব খুবা পুচ্ছে বিচিত্ৰ চামৰ॥৩৭ গলে ঘণ্টা মুকুতাৰ মালা। বিতোপন। প্ৰথম প্ৰসূতা ঘটদ্ৰৱা বেনুগণ॥ বিচিত্ৰ বসন গাৱে বাচৰু লগত। সুৰৰ্ণ দক্ষিণা তিলে সমে বেদবিদ ব্ৰাহ্মণক অলঙ্কৃত মনক সন্তোষি দান দেন্ত পৰম আনন্দ মনে জগতব দেৱ দ্বিজ গুৰু গো বৃদ্ধক আপোনাৰ বিভূতিকে৷ নমি ধেনু যত॥৩৮ কৰি। দেৱহবি। স্বামী। প্ৰণামি॥৩৯ ভগৱন্ত | কপিলা প্ৰমুখ্যে মঙ্গলাকে। পৰশন্ত || দেৱদ্বিজ বৃষ ধৃত দৰ্পণক চাই। নৈবেদ্য সম্ভাৰ বিভজন্ত যদুৰায় ||৪০ ব্ৰাহ্মণসবক প্ৰথমতে হৃষিকেশ। পিন্ধাৱন্ত গন্ধ পুষ্প চন্দন বিশেষ॥