সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসয় হেনয় সাক্ষাত হৰি কৰন্ত বিহাৰ। ৰত্নৰ প্ৰদীপচয় প্ৰকাশে অপৰি॥ প্ৰিয়াৰ কণ্ঠত আলিঙ্গিয়া বাহু মেলি। কৰন্ত অনঙ্গ ৰস কৌতূহলে কেলি॥ ২২ কৃষ্ণ আলিঙ্গনে সন্তোষ মনমথ। নিৰন্তৰে নাৰী পুৰিলন্ত মনোবথ॥ কৃষ্ণৰ পৰশে ৰতি ৰঙ্গ মিলে অতি। কৃষ্ণৰ অধৰ মধু পিয়ে মুখ পাতি॥২৩ যদি আত্মাৰাম পূৰ্ণকাম ভগৱন্ত। ভকতৰ মনোৰথ তথাপি পূৰন্ত॥ ইসব সুখত স্পৃহা নাহিকে কিঞ্চিত। নাপাৰিল৷ নাৰীগণে কৃষ্ণক মুহিত॥২৪ যেতিক্ষণে কৃষ্ণে যোগমায়াক মনুষ্য চেষ্টাক দেখাই থাকা কৃষ্ণৰ আলাপে হীন হুয়া মোহ হুয়া কৰৈ কৃষ্ণ চৰিত্ৰ আগ্ৰহি। লীলা কৰি॥ নাৰীগণ। কীৰ্ত্তন॥২৫ অনন্তৰে হোৱে আসি ৰজনী প্ৰসন্ন। পুষ্পিত বনত বৱে তেজে পক্ষীগণ। লক্ষ লক্ষ মলয় বহয় নিৰন্তৰ। পুষ্প চুল্লি গীত যেন গাৱয় ভ্ৰমৰ॥২৬ মলয় আনন্দ মৈৰা কোকিলৰ ৰাৱে। নট ভাট সবে যেন কৃষ্ণক জগাৱে॥ কৃষ্ণে বাহু মেলি আলিঙ্গিয়া আছা গলে। সুতিয়া আছন্ত সুখে মহিষীসকলে॥২৭ ঊষা সময়ত কৰৈ কুকুৰা আৰাৱ। শুনি নাহয় অতি তাসম্বাৰ গাৱ॥ ৫