পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হলে’ই যেনিবা কিন্তু আকৌ কিয় আন কোনো দল তালৈ গৈ পৰীক্ষা নকৰিলে? প্ৰশ্ন বহুত হয় যদিও উত্তৰ কোৱা এই মুহূৰ্তত প্ৰায় অসম্ভৱ। বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা চাবলৈ গ'লে কব পাৰি যে, সময়ৰ প্ৰভাৱত সেই ঠাইত পানীৰ পৰিমাণ কমি অহাৰ কথাটো নুই কৰিব নোৱাৰি, কিন্তু আনহাতে আকৌ প্ৰচলিত বিশ্বাস সমূহৰো যুক্তিসংগত বাখ্যা নথকাত একে আসাৰে নুই কৰিব নোৱাৰি। হয়তো আকৌ যদি ভালদৰে বিচাৰ খোচাৰ কৰি অধ্যয়ন কৰিবলৈ তেনেদৰে বিশ্বাসী দল ওলায়, তেন্তে এদিন এই গাঁৱৰ ৰহস্য সমাধান হ’ব।


তথ্য সংগ্ৰহ —

https://en.wikipedia.org/wiki/Kuldhara

https://www.thebetterindia.com/48562/abandoned-cursed-200-year-old-village-kuldhara-rajasthan/

https://lakshmisharath.com/halloween-special-kuldhara-haunted-village-near-jaisalmer/

https://timesofindia.indiatimes.com/travel/destinations/kuldharathe-ghost-village/as37241961.cms

https://www.quora.com/What-is-the-truth-behind-the-village-of-Kuldhara-in-Rajasthan

https://www.quora.com/What-is-the-mystery-of-Kuldhara-village

https://www.tourmyindia.com/states/rajasthan/kuldhara-jaisalmer.html


◀ ৰহস্যময় ভাৰত ▶ ৮