পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰলৈ লিগিৰী ২৫ ৰামা-ভোৰ মাৰ-ৰাণৰ আছে। ৰহদৈ আছে। ৰাজমা-ভাই-ককাই একা? দৈ—একেটা সৰু ভাই আছে। ৰাজমাও—তোৰ জাতি কুল কি? ৰংদৈসোণাৰি কলিতা। ৰাজমাও-তোক ৰজাই হাতধৰী লিগিৰী পাতিছে। দৈ-হয় দেউতা ঈশ্বৰি! পিচত হাতী লিগিৰীৰ ৰা কাম কি? বাজাও—তোক ৰজাই যেতিয়া যিটো কাম পাছে সেইটো কৰি লাগিব। যেনে ৰজাই যদি কয় লিগিৰী তই চাংমাইক সুধি আহ ডোন মেলৰ সময় হৈছেনে—তই তেতিয়াই মুখি আহি ৰজাক আঠ লৈ জনাৰ লাগিব হৈছে নে নাই হোৱা। মুঠৰ ওপৰতে ৰাই যেতিয়াই যিটো কাম পাছে কৰিব লাগিব। ৰহদৈ-বৰ্গদেৱ ঈশ্বৰ! ৰাৰ কথামতে যদি কাম নকৰে ৰা কৰিব নোৰাৰে তেন্তে। মাও-তেতে ৰজাই তোক কাটি পেলাব পাৰে। ৰদৈ-গা-মূৰ অনুৰ থাকিলে? ৰাজমাও—আগধৰি আই লৈ জনাৰ লাগিব। তেনেকুৱা কৰিলে ৰজাই বুজি-জি তোক জিৰাবলৈ দিব। ৰহদৈ-দেউতা ঈশ্বৰ! মোৰ ভয় লাগিছে। মোৰ ইয়াত কেৰে না। জানোৰ। কেতিয়াবা কিবা এগৰ লগাওঁ। ৰাজমাও—তই ভয় কৰিব নেলাগে। তই সততে মোৰপৰা আশ্ৰয় আৰু সহায় পাবি। পিচত হই মোৰ এটা কাম কৰিব লাগিব। তেনেকুৱা হলে মই তোক মাৰৰ দৰে মৰম কৰিম। দৈকি কাম বা কৰিব লাগে আজ্ঞা কৰক মাতৃ। তমাও-সেইটো একো টান কাম নহয়। নিতো ৰজাৰ লগৰীয়া সাম, জয়ৰাম ইত্যাদি ডেক। বংচৰালৈ আহি জাৰে সৈতে কেনেকুৱা ধেমালি-মূলা কৰে, কেনেকুৱা কথা-ৰতৰ পাতে মোক নিতৌ তই তৰৰ আগেয়ে আহি নাৰি। ৰহদৈ—তাল ঈশৰি, সেইদৰে কৰিম।