পৃষ্ঠা:ৰহঘৰা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। wwwwwwwwwwwwwwwwwwwwwwwwww তিনি দিন তিনি ৰাতি, এৰি থ’ই ঢাৰাপাটী , লেখিলে কবিতা এই সুধাৰ ভাণ্ডাৰ। “তুমি কবিটা লেখিবলৈ দিল, মোৰ পানতো হৰি নিলা। তুমি আপিচলৈ গলে, মই অকল সৰিয়া হলে। তোক নেলাগে, তোপনি নাহে। মদন-বানে দগ্ধ পান, কৰা এটি অ ভ্ৰান। তোমালই টামোল লই, বাতত থাকে। গই। জলপান সজাই বাতি, বহি থাকো মাতিত। মোক যদি ভাল পোকা, এবাৰ চইখু মেলি চোখা। যদিহে মোক নিদিঅ ভেতি, শোনৰ নাকফুল এতি।। বানাৰচী সাৰি আৰু পাতৰ জেকেট, ৰোহ পাটি বহি ঠাকিম বৰ ঘৰৰ চুকত।” পঢ়ি লৰালৰি কই, কবিত্বত ভোল গই, নিজে নিজে কিযে হলে। নহয় বৰ্ণন; বুজিলে। ইয়াৰে দৰ বঢ়াই কৰিলে জড়,