পৃষ্ঠা:ৰচনা মালিকা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ৰচনা মালিকা


এটা কৃপণ শিয়াল


পঞ্চদশ পাঠ

ৰচনা লিখাৰ কথা

 যি কোনো এটা বিষয়ে জনা কথাবোৰ এফালৰপৰা শৃঙ্খলাপূৰ্ণ- ভাবে লিথি প্ৰকাশ কৰিব পাৰিলেই একোখন ৰচনা হৈ উঠে। এই পৃথিবীত য’ত যিমান প্ৰাণী, জীৱ-জন্তু, বয়-বস্তু, উৎসৱ-পাৰ্ব্বন আদি