পৃষ্ঠা:ৰচনা মালিকা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ গ ]

 পাঠ্যপুথি লিখাৰ ক্ষেত্ৰত এইয়া মোৰ প্ৰথম প্ৰচেষ্টা। গতিকে পুথিখনিত দুই এটা দোষ-ত্ৰুটি ওলোৱাটো তেনেই স্বাভাৱিক। গুণীলোক সকলে দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই কৃতজ্ঞ হ’ম।

 অৱশেষত পুথিখনিয়ে ছাত্ৰ-ছাত্ৰীসকলক কিঞ্চিৎমানো উপকাৰ কৰা বুলি জানিলে মই মোৰ শ্ৰমৰ সাৰ্থক হোৱা বুলি ভাবিম।


সঙ্গীতাশ্ৰম
ৰামগিৰি
৩ মাৰ্চ, ১৯৭৭ চন
শ্ৰীউমেশ বৈশ্য