পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬) গোহাৰি যেন ই পাঠ্য পুথি স্বৰূপে উপযুক্ত স্থানত ব্যবহৃত হয়। এই জীৱনচৰিত যাতে আগলৈ সম্পূৰ্ণকৈ আৰু বিস্তাবিত ভাবে উলিয়াব পৰা হয়, তাৰ নিমিত্তে মনত প্ৰবল ইচ্ছা থাকিল। আসাম ছাত্ৰ সন্মিলনে পুথি খনি প্ৰকাশ কৰি অৱশ্যে আমাৰ শলাগৰ পাত্ৰ হৈছে। শ্ৰীযুত সোনাৰাম চৌধুৰীয়ে ইয়াৰ প্ৰফ চাই দি আমাক পৰম বাধিত কৰিছে। ইতি- সৰ্ব্বেশ্বৰ শৰ্মা কটকী আঘোণ ১৮৪৯ শক। গুৱাহাটী