পৃষ্ঠা:হেমকোষ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগ ভেট আগালি। আগ ভেঁট, বা আগ ভেটি ধৰ, আগত থিয় হৈ বাট ডেট, to prevent from advancing ly standing in the way. আগ হ, আগেয়ে গতি কৰ; যেনে, তুমি আগ হোন, মই পচে যাম; কোনো ডাঙ্গৰ লোকৰ আগত উপস্থিত হ গৈ; যেনে, তেওঁ ৰজাৰ আগ হল গৈ, to start or proceed before another; to present one's self to. আগলৈ, ভবিষ্যতলৈ, ইয়াৰ পাচত, in future. আগৰ, পূৰ্বৰ, former, আগৰপৰা, পূৰ্বৰ- পৰা, from before, আগছ, স. বা. (অং, আগ, সমুখ) আগ ভেটি ধ, আগুৰ, to prevent from advancing hy standing in the way. আগচি ধৰ, আগচু, যোত বাধ জন্ম, to hinder from advancing by starl- ing in the way. আগঢ়, স. শ. (অ, আ, ন+গঢ়, আকৃতি) বেয়া আকৃতি, কুগ, মন্দ আকাৰ, ugly form, ugliness. আগঢ়ী, বি. (অং আগঢ়, ঐ) দেখিবলৈ বেয়া, অশুৱনি (স্ত্ৰী, পু.); যেনে, আগঢ়ী লৰা, TTTT ceratat, ugly, ill-looking. আগন্তু, কদ, বি. (সং. আ, উপস. + গম, গতি কৰ) অহা; যেনে, আগত মাহত পৰীক্ষা হব; উপস্থিত হোৱা; যেনে, তেওঁৰ পত্ৰ আগত হৈছে, ensuing; present. আগতীয়া, বি. (আ. আগ, প্ৰথম) আগেয়ে উৎপন্ন, প্ৰথমে ওলোৱা, বছৰৰ আদিতে হোৱা; যেনে, আগতীয়া আম, earty, prior, in time. আগনি, বি. প্ৰথমবাৰ টানি বা সৰাই উলি- ওৱা, এতেকে বৰ চোকা; যেনে, আগনি খাৰী, আগনি ফাটকা, something that has been first distilled. আগ, বি. (স. আগন্তুক, অকস্মাৎ হব পৰা~-আ, উপস, + গমু, গতি কৰ) সম্ভাৱনা থকা, হব পৰা; যেনে, ঈশ্বৰে আগন্তুক খক নিবাৰণ কৰোক, possible, that imay happen, স. শ. কোনো ঘটনা বা কাৰ্য হবৰ সম্ভাৱনা; যেনে, অমুক আহিবৰ আগন্তুক আছে, possibility. আগম্ স, শ. তন্ত্ৰ-শা, বেদৰ পাচত বহু দেৱ-দেৱীৰ পূজাৰ বিধান কৰি নকৈ কৰা এক পুথি। ( সি নতুনকৈ আগত হল, এতেকে সেই নাম), a work insulcating the worship of various gods and goddesses. আগম, কদ, স. (সং. ঐ) অহা বা এঠাইৰ পৰা গৈ আন এঠাইত উপস্থিত হোৱা কাৰ্য্য, the act of arriving or : coming. আগৰা, স, শ, এবিধ বন-শাক, a kindlot wild plant used as a pot-herb. আগৰ-কাঠ, স. শ. (সং. অৰু-কাই, এবিধ সুগন্ধ কাঠ) এবিধ সুগন্ধি কাঠ, সাচি গছৰ সাৰ, the aloe wood. আগলি, বি. (অ. আগ, প্ৰথম ভাগ) আগৰ, সমুখৰ ভাগৰ; যেনে, আগলি কলাপাত, appertaining to the fore part. আগলিক, বি. (আগ, ঐ, শেষ নহৈ আগ বাঢ়ি যোৱ ব্যৱহাৰৰ পিচত বাঢ়ি থকা বস্তু, উচ্ছিষ্ট, remainder, refuse. আগা-আগিকৈ, ক্ৰি. বি. ( শং, আগ, সমুখ) এজনৰ আগলৈ আন জনক আনি; এজন আন জনৰ আগত থাকোতে, সাক্ষাতে, Iringing cach io the presence of the other; in the presenc' of one another. আগছে, বি. (আগ, ঐ+ঙে, পাৰ হ) আগৰপৰা পাছলৈ আৰু পাচৰ পৰা Tystat catal, transposer, put out of proper place. আগাৰ, অ, ধা. (অং. আগবাঢ়, আগ হৈ) আঁটাতকৈ অধিক হ, বাঢ়ি থাক্‌; যেনে, এই বিলাক বস্তু, সকলোৱে খাইও, আগা- fag, to be more than enough, to be excessive. আগালি, স. শ. (অং. আথ, মূৰৰ ছোৱা) কোনো বস্তুৰ মুৰৰ ছোৱা; যেনে, গছৰ