পৃষ্ঠা:হেমকোষ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ আগ-হতীয়া |! আগালি; নৈ যৰপৰা ৰৈ আহে তাৰ ওচৰৰ ভাগ; যেনে, নৈৰ আগালিত বৰ- FECA Hat is, the top part; the part of a river nearest to the source. বি. থোকৰ আগত অৰ্থাৎ তল-ভাগত লগা; যেনে, আগালি আমোল সৰু, belonging to, or produced in the lower clustors. আগীয়াইট,। স. শ. (অ. আগীয়া, আগবঢ়া আগৃ-টুটি, } + ফুটি, ঠোটৰ নিচিন। আগলৈ ঠেক) নৈ বা সাগৰলৈ আগবাঢ়ি CTYT YU zi stal, a high bank pro- jecting into the river or sea, a promontory. আগুৰ, স. বা. (অং.. আগ, সমুখত) আগচি ধৰ, আগ ভেটি যাবলৈ বাধা কৰ; এভেকে বেৰি ধৰ, to stand face to face, to prevent from advancing; to surround, to encompass. আগুৱা, অ. ধা (অং. আগু, সমুখ) আগলৈ 71, selfs , to go forward, to alva):৬, স, ধা- আগলৈ ঠেল, আগ বঢ়, to push forward, বি. আনত কৈ অংগ হৈ যোৱা বা অহা, অগ্ৰবৰ্তী; যেনে, আগুৱা টেকেলা, going or coming before thers, স. শ. আনকৈ আগ That 77 771 tar, a forerunner, going or coming before others. ক্ৰি. বি. (অ. আগ, আদি। আগেয়ে, প্ৰথমতে, আদিতে, পূৰ্কে, be, fore, at first. আৰ্গেচিত, স. শ. (সং. অগ্নি, চিত্ৰা, এবিধ গছ। এবিধ বৰ জাল থকা গছ, a plant (plumbago rosea). আগোৱাল, স. শঅং আগ, সমুখৰ ভাগ) নাৱৰ আগত বা বোৱা মানুহ, a boat- man stationed at the prow of a boat, a rower. আগগুৰি, “আঁছিৰি” চো। আগচা, স, শ, চা-ঘৰৰ আগৰ মুকলি ist, the front and opeu part of the raised floor of a chang ghar. আগ-চালি, স. শ. ( অং. আথ,সমুখ + চালি, সচালি) ঘৰৰ সমুখে পানী পোৰ চাল, আগবঢ়াই কৰা ঠাই, কাৰ্থি, a verandah, a penthouse. আগুচুলি, স. শ. (অং. আগ, সমুখ, +চুলি, কেশ ) মূৰৰ আগ ফালৰ চুলি, তালুৰ চুলি, fore lock, আপা, স. শ. (অ, আগ, সমুখৰ কাল + পাচ, পিঠি ফাল) কোনো কথাৰ সকলো ফাল; যি কাৰ্য্যৰ যি ফল হব se, all the circumstances of a case, the probable consequences of Our actions. আগমঙ্গহ, স. শ. (সং. অথমাস, বুকৰ আগ ফালে পকা এডভাষৰ মহ) জৰ বুক সেফালে থকা ওপৰে অলপ দুৰাপিঠীয় তলে চেপেটা বঙ্গচিয়া বৰণৰ মহ, the liver. আগৰণুৱা, স. শ. (অং. আগ, সমুখ + ৰণুৱা, ৰণ কৰো সকলোৰে আগত যুজো; এতেকে যি কোনো বিষয়ত আনতকৈ আগ হৈ আনৰ নিমিত্তে বাট উলিয়ায়, one who fights in front of others; one who goes before to remove ob- structions and prepare the way for others, আগ্ৰহ, স. শ. (সং. অ, উপস.+হু, এহণ কৰ কোনো বস্তু পাবৰ নিমিত্তে কৰা ভালৰ যত্ন; যেনে, এই বস্তৰ নিমিত্তে তেওঁ বৰ আগ্ৰহ কৰিছে, an earnest endeavour to prociure something. স.. বলেৰে বা ছলেৰে ল, ডাহি মুহিল; যেনে, যি লোকৰ বন্ধু আহি ধনী হয়, তাৰ ধন অখালৰ্ভাৰত যায়, to take possession of by force or art. . আলতী-পাত্, স, শ, আগলি কলাপাত, the fore part of a plantain leaf. আগ-হুতীয়া, বি. ( অং. আগ হাত, ওপৰলৈ দঙ্গা হত) থিয় হৈ ওপৰলৈ মেলা হাতেৰে one