পৃষ্ঠা:হেমকোষ.pdf/৯৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বচ্ছতা, জ্ঞ শ, আপোন ইচ্ছাৰে চলিব পৰা অৱস্থা, freedom. . স্বচ্ছন্দে, ক্ৰি. বি. অবাধে, ইচ্ছা মতে, freely, without restraint. সজ, স. শ. (সং. স্বজন-স, আপিন + জন, লোক আপোনাৰ মানুহ, জ্ঞাতি; আপোনাৰ অধীন মানুহ, a distant relation, a lependent. স্বতঃ, ক্ৰি. বি. আপোনা-আপুনি, অপোন Botto, of itself, by one's self, spontaneously. স্বতঃসিদ্ধ, বি. (সং. স্বতঃসিদ্ধ—সত, আপুনি + সিদ্ধ, সপ্ৰমাণ) আপুনি সি বা সপ্ৰমাণ হোৱা, self-evident, self- established. স্বতন্ত্ৰ, বি. (সং. স্বতন্ত্ৰ—স্ব, নিজ + তন্ত্ৰ, অধীন। স্বাধীন, আপনি ইচ্ছাৰে চলিব পৰা; পৃথক, বেলেগ, আনে সৈতে সম্পৰ্ক 273, independent, different. স্বতন্ত্ৰ, গু. শ. স্বাধীনতা, independence. স্বত্ব, ও. শ. অধিকাৰিতা, গৰাকী হোৱা অৱস্থা; যেনে, সেই মাটিত মোৰ সত্ব আছে, ownership, right. স্ব-ধৰ্ম্ম, স. শ, আপোনাৰ ধৰ্ম্ম, নিজ জাতিৰ কৰ্তব্য কৰ্ম্ম; স্বাভাবিক গুণ, the reli, gious duties of one's own caste or class, an inherent or innate quality, স্বপ্ন, স. শ. {সং. স্ব-স্ব, শশা) সপোন, atfer, a dream. স্বপ্নদোষ, স, শ.(সং. স্বপ্নদোষ--স্বপ্ন, টোপনী + দোষ, মন্দ কাম) টোপৰ্নীত হোৱা বীৰ্যপাত, সপোনত শৃঙ্গাৰ কৰা যেন বোধ হৈ ৰেসৰ পতন, 1octurnal pollution. স্বপ্নাৱস্থা, স. শ. {সং. স্বপ্নাৱস্থা-স্বপ্ন, নিদ্ৰা + অৱস্থা, থকাৰ প্ৰকাৰ শুই থকা অৱস্থা, টোপনি, sleep. প্ৰধান, বি. (সং. প্ৰধান, নিজে। প্ৰধান, প্ৰবল) স্বয়ং প্ৰধান, কাৰৰ তলতীয়া বা বশ মনোহোৱা, স্বাধীন, independent. স্বভাৱ, স, শ, (সং. স্বভাৱ, আপোন + ভাৱ, উৎপত্তি। প্ৰকৃতি, সৃষ্টি; যেনে, ভাৱৰ শোভা; স্বয়ং বা অভাষৰ পৰা হোৱ গুণ; যেনে, দুষ্টৰ লগত থাকিলে, (74 75 , nature, natural state, disposition, tenper. ভাৰতে, ক্ৰি. বি. (সং. স্বভাৱ, আপোৰ গুণৰ পৰা) সতঃ, অপপ-আপুনি, as a matter of course, spontaneously, of itselt. স্বভাৱ-বৰ্ণ,। স, শ. (সং. সভাৱৱৰ্ণন-- স্বভাৱ-বৰ্ণনা, স্বভাৱ, প্ৰকৃতি + বৰ্ণন, কথন) জগতৰ বস্তুবিলাকৰ বৰ্ণনা, নদী, পৰ্বত, চন্দ্ৰ, সূৰ্য্য আদি স্বভাৱতে হোৱা বস্তুবিলাকৰ শোভা আদিৰ কথন, a dog • cription of a natural object: স্বয়ং, বি. স. {সং. স্বয়--স্ব, আপোন} আপোনা-আপুনি, নিজে; যেনে, মই স্বয়ং যাম; অপেন ইচ্ছাতে; যেনে, নোখোজাতে তেওঁ অয়” দিলে, bu's self, of one's own willor acord. স্বয়ম্ব, স. শ. (সং. স্বয়ৱৰ-পয়ং, আপুনি + , স্বামী বাছি ল) সয়ম্বৰা, বজাৰ জীয়ে সভাত উপস্থিত ৰজাবিলাকৰ এজনাক স্বামী বাছি লোৱ কাৰ্য, the selection of a hnsband loy it jirincess from a number of princes assembled for the purpoxe. স্বয়ম্ভু, বি. (সং, স্বয়ম্ভুপযুৎ, আপুনি + ভূ, হ) আপুনি উৎপন্ন, লোকৰ পৰা নজন্মা self-existent, self-producer. স্বৰ, স, শ. (স. স্বৰ-ৰ, শব্দ ক} ধ্বনি; গীতৰ জাত বা সুৰ। আন আখৰৰ সাহায্য নোহোৱাকৈ স্বয়ং সম্পূৰ্ণৰূপে উচ্চাৰিত হোৱা অক্ষৰ; যেনে, অ, আ ইত্যাদি, a sound, a musical vote, a vowel. স্বৰান্ত, বি. (সং. স্বৰান্ত---স্বৰ, ঐ+ অপ্ত, শেষ) স্বৰ অন্তত থকা, ending in a vowel. সুৰ-ভঙ্গ, স. শ. {সং. স্বৰ-বৰ, মাত+ ভঙ্গ, ভগন) মাত ভাগন, স্বাভাৱিক মাৰ