পৃষ্ঠা:হেমকোষ.pdf/৯৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিদিনা। সিংহৰ মাত; ৰণত বীৰবিলাকে কৰা উচ্চ 79, the roar of a lion, & war cry or battle shout. স. শ. লঙ্কা উপখীপ, Ceylon, সিংহাস, স. প. (সং. সিংহাসন—সিংহ, এবিধ জ+আসন, পাৰি বহা বস্তু) সিংহৰ মূৰ্ত্তিৰ ওপৰত স্থাপিত, দেৱতাৰ প্ৰতিমা পোৱা ৰা ৰজা-বহা আসন, an orna- mented sent supported on sculp- tured lions on which an idol is placed or a king sits, a throne, a state chair. সিঁ, স. খা “সি” চোৱা। সিয়াৰ, স. খ. আনে যেনে কৰে, তেনে কাম অঙ্গভঙ্গি কৰি উপহাস কৰ, মুখ ভেকুচিন্নাই ইতিকিং

  • , to mimic for sport, to make

faces at. সিকটা, স. - (অৎ বিকটা, বেঁকা কৰ} বেয়া সোৱা পাই বা ভাল নোপোৱা কথা শুনি বেক কৰ (মুখত খাটে): যেনে, কিন্তু খাই মুখ সিকটালে, malking, or to make, wry or crooked. সিফি, স. ম. (হিং. . সিকি, চাৰি অন1) এটকাৰ চাৰি ভাগৰ এছাগ, সেই মূলাৰ ধন, one-fourth of a rnre. সিকিটীয়া, বি. (অ. সিকিটি, এক সিকি মূল্য) এসিকি মূল্যৰ, valued at one- fourth of & rupee. সিছ, স. বা. {সং. সেচন-সি, ছটিয়া) জুটিয়া, নিক্ষেপ কৰ (জুলীয়া, ক্ষুদ্ৰ বা মিহি ক খাটে); যেনে, পুখুৰিৰ পানী সিচিছে; কোকা ঠাই বালি সিচিছে; হটিয়াই ব; যেনে, কঠীয়া সিচিছে tn Aprinkle, to scatter, to lantle, as water, to dip, to sow broad সিৰি, বি. সিচি পেলোৱাৰ নিচিনা সিচতি, } হৈ অনেক ঠাই জোৰা, গোট ont cetat, scattered about. সি, অ, ধা. {সং. সিদ্ধ; বং. ‘সিজন, পাক-পোৱা; হিং, সি, পাক ক} পানী আৰু পাপৰ দ্বাৰা কোমল হ, সিদ্ধ কৰা হ; যেনে, ভাত সিজিল; কত বা কৰা হ, সিদ্ধ বা সম্পন্ন হ; যেনে, পাপ সিজিল, অপৰাধ সিজিল; কাম fafan, to be done, performed or accomplished . সিজা, কদ, বি. সিদ্ধ হোৱা, পানী আৰু তাপৰ দ্বাৰা কোমল হোৱা; যেনে, সিজা চাউল, বুজা, উচিত কথা শুনা, ভাল আলচ লোৱা, শিষ্ট; যেনে, সিজা মানুহ, Wiled, amenable to reason, mild. সিজা, স, ধা সিদ্ধ কৰ, পানী আৰু তাপ দি কোমল কৰ; যেনে, চাউল সিজোৱা; সম্পূৰ্ণ কৰ, সমাপ কৰ; যেনে, কাম fit, to boil, lo cook, to accom- plish. . সিজু, স. প. { হিং, সিজ, এবিধ গছ। বগা আঠা আৰু কাইটযুক্ত এবিধ চাপত ৰোৱা চাৰিসিৰীয়া গছ, a kind of Euphorbia. সিঞ, স. . “সিয়াৰ চোৱা। সিটা, স. শ. {হিং সিটুঠী, ৰসহীন জাবৰ) ৰস চেপি লৈ এৰা বৰ বা অকামিলা ভাগ, the lregs or refuse of any- thing from which the juice has been extracted. . সিদিনা, স, শ. (অং, সি, সেই + দিন, দিৱস) অলপ দিনৰ আগৰ এদিন; যেনে, সিদিনাৰ পৰা অৰ হৈছে, the other day. ক্ৰি. বি, অলপ দিনৰ আগৰ এদিনত; যেনে, সিদিনা আলি, the other day. সিদিনাই, ক্ৰি. বি. সেই দিনাই, সেই দিমতে, on that very day . সিদিনাখণু, স. শ. (অং. সিদিনা, সেই দিনা + কশ, সময়) সেই দিমা, the সিনী, স. শ(সং. সেচনী, পানী-লিচা ন) পানী-সি সঁজুলি, নানী, baling utensil, a scoop.