পৃষ্ঠা:হেমকোষ.pdf/৯৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাৱশেষ সিংদ সাৱশেষ, বি. (সং, সাৱশেষস, সৈতে + অৱশেষ, বাকী। বাকী নথকা, সম্পূৰ্ণ, without a remainder, complete. সাৰ্বশেষে, ক্ৰি. বি. অৱশেষ নথকাকৈ, গেটেই, সমুদায়ে, সম্পূৰ্ণৰূপে; যেনে, এই পুথি সি সাৱশেষে পঢ়িলে, wholly, entirely, completely, fully. সাহ, স. শ. { স. সাহস, মনৰ দৃঢ়তা) ভয় মকৰা গুণ, নিভয়, oturag. সাজিক, বি. (অং. সহজ, অভ্যাস } অভ্যাল কৰ বা পকা, অভ্যস্ত; যেনে, সাহজিক কাৰ্য্য অনায়াসে কৰা যায়, অভাসৰ পৰা শিকা; যেনে, সাহজিক বিদ্যা, habitual, acapired by practice, practical. সাহস, স. শ. { সং. সাহস—সহ, শক্তি; শক্তি হলেই সাহ হয়, এতেকে } সাহ, নিৰ্ভমত, ভয় নকৰা গুণ, :)utrage. সাসি, বি. সাহসযুক্ত, নিভয়, সাহিয়াল, orageous. (স্ত্ৰী) সাহসিকী। সাইলী, বি. ( সসাহসিন, সাহস + ইন) সাহিয়াল, sourageous. (স্ত্ৰী) সাহসিনী। সাহায্য, ৪. শ. (সং. সাহায্য-সহায়, আপদৰ পৰা ৰক্ষা কৰোতা সহায়তা, হাত-উজান-দিয়া কাৰ্য্য, aid, assis- tanec, help সাহিত্য, স. শ. (সং. সাহিত্য-সহিত, একে লগে, ব্যাকৰণে সৈতে একে লগে পঢ়া যায়, এতেকে) হিত উপদেশ বা মনক সন্তোষ দিয়া গদ্য বা পদ্য পুথি, কাবাদি, poetry, literature, সাহিয়াত, বি. ( অং. সাই, নিৰ্ভয়) সাহ থকা, সাহসযুক্ত, নিৰ্ভয়, couragerous. সাহোন, স, শ, "দাহন” চোৱা। সাহ, সাক্ষৰ, বি. (সং. সাক্ষৰ--স, সৈতে+অৰ, আখৰ) আখৰ জন, বিদ্যাৱস্তু, eclicated, learned. সাক্ষাৎ, বি. (সৎ, সাক্ষাৎ—স, সৈতে+ অক্ষ চকু) চকুৰে দেখা, আগত থকা যেনে, দেৱতা সাক্ষাত হল, present.. আ. অব্য. চকুৰে দেখাত, আগঙ, সমুখত; যেনে, মোৰ সাক্ষাৎ এই কথা কোৱা নাই; in the presence of স, শ, দৃষ্টি, দেখা-দেখি, ভেট; যেনে, , ৰজাৰ সাক্ষাৎ পালো, interview, সাক্ষাতে, আ, অবা, আগতে, সমুখতে, in the presence of সাক্ষী, স, শ. {সং. সাক্ষি; স, সৈতে+ অক্ষি, চকু) কোনো কাৰ্য্য হওঁতে আগত থকা লোক,কোনো কপা সপ্ৰমাণ কৰিবলৈ অনামানুহ, 1 Witiss, সাক্ষা, স, শ- সাক্ষীয়ে কোৱা কথা, th deposition of a witness. সি, বা, সৰ্ব. (সং. সঃ; হি. সে; বং, সে, সেই লোক} সেই পুৰুষ বা মতা জন্তু; সেই বস্তু, he, it. বি. সৰ্ব্ব, সেই; যেনে, সি কথা নকবা, that. সি, স. . {স. সিৱ, বেজী মাৰ; বং.. সিন, বেজীৰে নিৰ্মাণ কৰণ) বেজীৰে প্ৰস্তুত কৰ, বেৰ্জীমাৰি যুক্ত কৰ; যেনে, দজীয়ে চোলা দিয়ে, to sev. সং- যিৱ ধাতু মুৰ্দ্ধনা “স”ৰে লিখা যায়, কিন্তু সি বিভক্তি যুক্ত হলে ‘খ’ৰ ঠাইত স হয়। যেনে, সীৰতি, অসমীয়াত সেই দাস ক্যৱহৃত হয়। সিংগাপ, স. শ. {যা, কিং কোৱা, এবিধ কাপোৰ। এবিধ গুণাৰ বন-কৰা পাটৰ কাপোৰ, broeade. সিংহ, স. শ. (সং. সিংহ—হিস, হিংসা ক) এবিধ বাঘৰ আকতিৰ বলৱন্ত হিংসক জন্তু; পঞ্চম ৰাশি; পুলিঙ্গ শব্দৰ পাচত যোজিত হলে শ্ৰেষ্ঠ বুজায়; যেনে, পুৰুষ সিংহ, পুৰন্দৰ সিংহ, a lion, the sign Len, an eminent or powerful man. (in composition) (9) f ) (স্ত্ৰী) সিংহী। সিংহ-দুৱাৰ, “সিংহদ্বাৰ” শব্দৰ অপভ্ৰংশ। সিংহদ্বাৰু, স. শ. (সং, সিংহাৰ-সিং, অন্তু বিশেষ + দ্বাৰ, দুৱাৰ সিংহৰ মূৰ্তি থকা পুৱাৰ, ৰজা ঘৰৰ ঘাই বাটচৰা, the main gateway to a palace. সিংহনাদ, স. শ. { সং সিংহনাদ-সিংহ, এবিধ জন্ধু+ মাদ, শব্দ) সিংহৰ গান, বৰ্তমান। 68