পৃষ্ঠা:হেমকোষ.pdf/৯১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সগঞ্জ। সঙ্কাশ, বি. (সৎ, সঙ্কাশ-সং, উপস.+ • কাশ, দীপ্তি কৰ) তুল্য, সদৃশ, সমান; যেনে, সাগ-সঙ্কাশ, like, similar, সঙ্কীৰ্ণ, কদ, বি. (সং, সঙ্কীৰ্ণ—সং উপস+ কু নিক্ষেপ কৰ } ঠেক, বহল নোহোৱা, Narrow. সভা, বি. (সৎ, সগৰ্ভাশ, সৈতে+গৰ্ভ পেটত থকা সন্তান। গভৱতী, পেটত সন্তান থকা, pregnant. সগুণী ভা, স. শ. (সং. সগুণ, গুণযুক্ত+ লতা, বগাই উঠা ভূণ) এবিধ দৰবত দিয়া লতা, আমি লতা, a kind of creeper, সগোত্ৰ, বি. (সং. স্বগোত্ৰ - স, সমান, একে + গোত্ৰ, বংশ} একে জনা আদি পুৰুষৰ পৰা বঢ়া, একে জন ঋষিৰ বংশৰ, descended from the same progeni- tor, of the saine gotfra. (a) TTGYI সগোত্ৰী, “সগোত্ৰ” শব্দৰ অপভ্ৰংশ। সঘন, বি. (সং. স, সৈতে+ ঘন, ডাঠ } ঘনে ঘনে হোৱা, বিৰল নোহাৱা; যেনে, তেওঁৰ অহা সধম হৈছে, frequent. সঘনে, ক্ৰি. বি. ঘনে ঘনে, পুনঃ পুনঃ, 997, frequently. সঙ্কট, স. শ. (সং. সঙ্কট-সং, উপস.। কটু, দুঃখ পা) আপদ, বিপদ, টান, danger. সঙ্কটাপন্ন, বি. {সং. সঙ্কটাপন্ন-সঙ্কট। আপন্ন, পোৱা) সঙ্কটত পৰা, বিপদত stat, fallen in danger. সল, কদ, স. (সৎ সঙ্কলন-সং, উপস.+ কল, গণ) একত্ৰ কৰণ, সংগ্ৰহ কৰণ, the act of collecting, upiting or adding together. সঙ্কল, স, ধ. (সং. সঙ্কল, বধ) বধ কৰ, মাৰ (পদ্যত }; যেনে, ‘এক পাট শৰে বালী সঙ্কলিল! জীৱ,” to kill. সঙ্কলিত, ক. বি. একত্ৰ কৰা, সংগৃহীত; যোগ কৰা, লগ লগোৱা, (llected, added together. সঙ্কল্প, স, শ, (সং. সঙ্কল্প-সৎ, উপস.+ কৃ, পাৰগ হ) কোনো কাম কৰিবৰ ইচ্ছ; ধৰ্ম কাৰ্যৰ নিমিত্তে কৰা প্ৰতিজ্ঞা, mental determination, resolve, a solemn vow. পতি, ক্লদ, বি. বাছিত, কৰিবলৈ মনেৰে নিশ্চয় কৰা; যেনে, সঙ্কলিত কাৰ্য্য সিদ্ধ হল, intended to do, সঙ্কীৰ্ত্ত, কৃদ. স. (স”, সঙ্কীৰ্তন - সৎ, উপস.+ কুৎ, প্ৰশংসা ক) গুণৰ গান, গুণ গোৱা কাৰ্য্য, the act of singing praise . সঙ্কুচি, কদ, বি. (সৎ, সঙ্কুচিত ~ সং, উপস.+কু, কোচ খা} কোচ খোৱ, আশঙ্কাযুক্ত, আগ নবঢ়া; যেনে, মন সঙ্কুচিত হল, contracted, thesitating, cliffident. সঙ্কেত, স. শ. { সৎ, সঙ্কেত-~-সং, উপস. + কিন্তু, জা) ইঙ্গিত, ঠাৰ; গুপ্ত বিষয়, নিশিকিলে জানিব নোৱৰা কাৰ্য্য; যেনে, ছপা আখৰ জোটোৱাৰ সঙ্কেত, a signal, a hint, a gesture, a secret. সঙ্কো, স. শ. (সং, সঙ্কোচ-সং, উপস.+ কুচ, কোচ, খা) কেঁচ; আশঙ্কা, (con- traction, diffidence. সঙ্গ, স. শ. { স. সঙ্গ-সং, উপস,+ গম, গতি কৰ) লগ; যোগ, মিলন, com- panionship, union. সুস্থ, বৃদ, বি. (সং. সঙ্গত-সং, উপস. + গত, গতি কৰা) যুগুত, উচিত; মিলিত, proper, apposite, suitable. সঙ্গপ্ৰিয়, বি. (সং. সঙ্গপ্ৰিয়—সঙ্গ, লগ + প্ৰিয়, ভাল পোৱা) লগ লাগি থকা, অকলৈ নথকা, gregarious. সঙ্গম, স, শ, (সং. সঙ্গমসং, উপস.+ গম, গতি ক) মিলন, একে লগ হোল অৱস্থা; শৃঙ্গাৰ, union, junetion, coi- tion. সঙ্গী, বি. (সং. সঙ্গিন-স+ইন) লগ- ৰীয়া, একে লগৰ, associating or unit- ing with. , শ, লগৰীয়া লোক, একে লগৰ মানুহ, an associate, a comp nion. (ী) বি. স. শ. সজিনী।