পৃষ্ঠা:হেমকোষ.pdf/৯১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সখিছ। সচকিত সঁচকি, বি. {সৎ চকিত, ভীত; ৭. সচ- কিছু, চমক পো} সাৱধান, সঙ্কটৰ আগন্তুক দেখি হোৱা তলে, call- tious, carefni. সল, বি. (সং, চ, গতি কৰ) লৰি চৰি ফুৰা, একে ঠাইতে ধিৰে নথকা, moving about. সচেত, বি. (সং. সচেতন—স, সৈতে+ চেতন, জান) জ্ঞান থকা, চেতনযুক্ত; বিন নোহোল; সাৰে থকা, animate, conscious, sensible, awake. সচেতনে, ক্ৰি. বি. সাৰে, টোপনি নহোৱাকৈ, in an awaking state. সচ্চিদানন্দ, স. শ. { সং. সচ্চিদানন্দ-সৎ, অবিনাশ+ চিৎ, জ্ঞান+ আনন্দ, সুখ; অবিনাশ, নম্বৰূপ, আৰু আনন্দময় ) পৰমেশ্বৰ, জগদীশ, flve Spreme Bcing. . স, বি. (সং. সৎ, সাধু) সম্ভ, সাধু; ভদ্ৰ, উত্তম, ভাল, শুচি, virtuous, lost, gkokt, pure. সজল, বি. (সং, সজল-স, সৈতে + জল, পানী) পানীযুক্ত পানী থকা; পনীয়া, containing water, watery. সজা, স. শ. (অৎ, সাজ, নিৰ্মাণ কৰ; ব, খ, চৰাই যোৱা পিজ) চৰাই পোৱা এবিধ কাঠীৰ সঁজুলি, a eage, সা, স. বা. { অং. সাজ, নিৰ্ম) লোকৰ দ্বাৰা নিৰ্মাণ কৰা; যেনে, ৰজাই মঠ Totu, to cause to be constructed. সঞ্জা, স. বা. (সং. সজ্জা, ভূষিত কৰা) ভূষিত কৰ, শুৱনি ক; যেনে, ফুলৰ মালাৰে পূজাৰ ঘৰ সজাইছে; শ্ৰেণী লগাই ভালৰূপে ধ; যেনে, পোহৰ সাইছে, , ce, to decorate, to embellislı, to arrange, to place in order. সাই, স, শ, মোল পাণ আদি অলপ- মুলীয়া বন্ধ এঠাইৰ পৰা নি আন এঠাইত বেচা মানুহ, কন্দুৱাই, a petty travel- king trader. সজাগ, বি, (সং. সজাগৰ, সৈতে+ জাগৰ, সাৰ) সাৰে প্ৰকা, জাগি থকা, awake. সজী, বি. (সং. সজীৱস, সৈতে+জীৱ, প্ৰাণ ) জীৱ থকা, জীয়া, living, alive. সজে-সজে, ক্ৰি. বি. (অং, সজ, ভাল ) ভালে-ভালে, বেয়া বা অশুচি নৌহওঁতেই, while yet well off or undefiled. সজকৈ, ক্ৰি. বি. ভালকৈ, উত্তমৰূপে, সজৰূপে, well, property. সক্ষ, স, শ, (সং. সজ্জনস, উত্তম। জন, লোক} ভদ্ৰ লোক, ভাল মানুহ; TT, ty, a gentleman, a respectable Or virtuous person. সচ্চিত্, কদ, বি, { সৎ, সজ্জিত--সজ্জা, সজোৱা) ভূষিত, শোভিত, সজোৱা; অঙ্গ- yo, decorated, arned. সখী, বি. (সং. সদৰ্থী, ভাল বাঞ্ছা কৰা-- সৎ, শুভ+ অৰ্থি, বাঞ্ছক) শুভাকাংক্ষী; ভালৰি, মিল, friendly. সঞ্চয়, স. শ. (সং. সঞ্চয়-স, উপস.+ চি, সংগ্ৰহ কৰ) উপাৰ্জিত ধন বস্তুৰ ৰক্ষণ, সাচন; যেনে, ধন-সঞ্চয়, accumulation of wealth, the saving of money, &c. সঞ্চৰণ, কদ, স, (সং. সঞ্চৰণ---সং, উপ. + চৰ, গতি কৰ) গমন, গতি, motion, tourse, movement. সঞ্চৰণশীল, বি. (সং. সঞ্চৰণশীল~-সঞ্চৰণ, ঐ + শীল, স্বভাৰ) লৰ চৰ কৰা, গতি কৰা, একে ঠাইতে বা একে ঠৰে নথকা, nov- ing about, having motion. . সঞ্চাৰ, স. শ. (সং. সঞ্চাৰ-সং, উপস. + চৰ, গতি কৰ) গতি, গমন; ঘাইকৈ কোনো গ্ৰহৰ এক ৰাশিৰ পৰা আন এক ৰাশিলৈ গমন; যেনে, বৃহস্পতিৰ সঞ্চাৰ, motion, course, transition of a planet from one sign of the zodiac to another. সঞ্চি, কদ. বি. (সং. সঞ্চিত-সং, উপস, +চি, সংগ্ৰহ ক) 'গচি থোৰা, আজি গোটাই থোৱা; বহু দিন পড়া দি থকা (cast ), collected and saved no