পৃষ্ঠা:হেমকোষ.pdf/৯০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bollys শয়াপন CPO TE, an interjection meaning “Stop” (used in calling cattle). সং, উপস, (সং. সম্ ) পূৰ্ণৰূপে, সৰ্ব্ব- প্ৰকাৰে, উত্তমৰূপে ইত্যাদি, a prefix signifying fully, well, in every বস্তুক জানিব পাৰি। নাম; চেতন, a name, sense সংজ্ঞা-শব্দ, স. শ. (সং. সংজ্ঞা, নাম+শব্দ, মাত) চকুৰে দেখা বা মনেৰে বা বস্তু যেনে, মানুহ, আকাশ, প্ৰাণ, নাম; way, &c. 2 noun Or সংকীৰ্ত্তন, “সঙ্কীৰ্তন” চোৱা। সংক্ৰমণ, কদ, স, (সৎ সঙ্কুমণ উপস.+, গতি কৰ) কোনো এহৰ এক ৰাশিৰ পৰা আন এক ৰাশিলৈ গমন, the transition vf a planet from one sign to another. সংক্ৰান্তি, স, শ. (সং) সূৰ্যৰ এক ৰাশিৰ পৰা আন ৰাশিত প্ৰবেশ; এতেকে কোনো মাহৰ শেষ দিন, the actual passage of llwo sun from me sigu to another, the last day of a month. সংখ্যা, স, শ{সং. সম্প্ৰসং, উপস, + চ, উত্তমৰূপে ক) লেখ, number, সংগীতু, স. শ. (সং. সঙ্গীত-সং, উপস.+ গীত, গান) গীত গান, a song. সংগৃহীতু, ৰূদ, বি. (সং. সহীত—সং, উপস.+হু, ল একত্ৰ কৰা, collected, compiled. . সংগোপন, কুদ. বি. (সং. সপেনসং, উপস.+ গুপ, লুকা) লুকোৱা কাৰ্য, গুপ্ত কৰণ, the act of contealing or hiding. . সংগোপনে, ক্ৰি. বি. লুকাই, মনে মনে, otta, secretly. সংগ্ৰহ, স. শ. (সং. সহ-সং, উপস.+ গ্ৰহ, ল) একত্ৰ কৰণ, একেঠাই কৰা বা চপাৱা কাৰ্য, collection, compilation. সংগ্ৰাম, স. শ. (সং, সন্ত্ৰাসী, ৰণ ক) ৰণ, যুদ্ধ, war, battle. সাহ, স, শ, (সৎ সাহকসং, উপস,

  • বহু প্ৰহণ ক) একত্ৰ কৰোতা, অগ

লগাওঁ, চপাতা, a compiler, সংজ্ঞা, সশ, (সং. সংজ্ঞা—সং, উপস.+

কাৰ যাৰ দ্বাৰা, কোনো মানুহ বা

সংয(জ), কদ, স. {স. সংযম – সং, পূৰ্ণৰূপে+ যম, ইন্দ্ৰিয়-দমন) ইন্দ্ৰিয়ক দমন 7) FIÚT, restraint of the passions. সংযুক্ত(জু), বি. (সৎ, সংযুক্ত—সৎ, পূৰ্ণ- ৰূপে+যুজ, লগ লগা একে লগ কৰা, 2757 atasnyay, joined, united. সংযোগ-জো-), স. শ. {সং-সংযোগ-সং, পূৰ্ণৰূপে + যুজ, লগ লগা) মিলন, সৎ- লগ্নতা, যোগ, intimate union junctiou. সংযোগীং-জো-), বি. (সং. সংযযাগিন--- যোগ + ইন) আনোৰে মিলি বা লগ লাগি থকা; যেনে, সংযোগী আখৰ, tunited, joined. সংযোজন্ (-জো), কৃ. স. এক কৰা বালগ atay anonta, the act of uniting. সংযোজিত (জো, কদ, বি. একে লগ কৰা, লগ লগোৱা, united, joined. সংৰক্ষণ, কদ, স, (সংৰক্ষণ-সং, উপস: + ৰ ৰাহ্) ভালৰূপে ৰক্ষা কৰা কাৰ্যা, the act of saving, preserving, pro- tecting or guarding. সংৰক্ষি, কদ, বি, ভালৰূপে ৰখা, carefully protected, preserved or guarded. সংলগ্ন, কদ, বি. (সং. সংলগ্ন-সৎ, উপস+ লগ, এক হ) সংযুক্ত, লগ লগোৱা, fircayay, joined, connectel. সংলগ্নতা, শু. শ. সংলগ্ন হোৱা অৱস্থা, fata, the state of being joined or connected. সংশয়ু, স. শ. (সং. সংশয়~-সৎ, উপস.+, শশা) আশঙ্কা, সন্দেহ, ভয়, doubt, uncertainty, diffidence, fear. সংশয়াপন্ন, বি. (সৎ, সংশয়াপন্ন-সংশয়, পো} আশঙ্কাৰিত,