পৃষ্ঠা:হেমকোষ.pdf/৯০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

--- সংখ। সন্দেহযুক্ত; ভীত, dubious, doubt- ful, diffident. সংশোধন, কৃদ স, স. সংশোধন-সং, উপস. + শোধন, নিৰ্মল কৰণ) নিৰ্মল কৰা, পবিত্ৰ কৰা বা অশুদ্ধ কথা গুচোৱা PYT, the act of cleaning, purifying or correcting. সংশোধিত, কদ, বি. নিৰ্ম্মল কৰা, পবিত্ৰ কৰা; অশুদ্ধ গুচোৱা, (cleanel, murifiel, corrected, সংশ্লিষ্ট, ক্লদবি. {সং সংশ্লিষ্ট সং, উপস. + শি, একত্ৰ হ) লগ লগা, একত্ৰ tay, united, joined. সৎসৰ্গ, স. শ. (সৎ, সংসৰ্গ-সং, উপস. + স, নিৰ্মাণ কৰ) লগ, সঙ্গ, একত্ৰ বাস; যেনে, দুষ্টৰ সংসৰ্গত মানুহ সুষ্ট হয়, সহ বাস; যেনে, বেশ্যাৰ সংসৰ্গ; সম্পৰ্ক; যেনে, ভাৰে সৈতে মোৰ সংসৰ্গ নাই, union, contact, intercourse, tolia- bitation, connection. সংসৰ্গিত্ব, গু. শ. (সং, সৎসৰ্গিন, তললৈ চোৱা) লগৰীয়া হোৱা অৱস্থা, সঙ্গি, fellowship. সৎসৰ্গী, বি. (সং. সৎসৰ্গি-সৎসৰ্গ + ইন্) সঙ্গী, লগৰীয়া, একে লগে থকা; সহবাস 1, keeping company, associating, eoliabiting. (স্ত্ৰী) সৎসৰ্গিণী। সংসাৰ, স. শ. {সং. সংসাৰ---সং, উপস.+ , গতি কৰ) জগৎ, ব্ৰহ্মাণ্ড; যেনে, এনে দুষ্ট সংসাৰত নাই; লৰা ৰিোতা আৰু বন্ধু বান্ধৱে সৈতে এই জগতত বাস কৰা অৱস্থা; যেনে, সংসাৰ পৰিত্যাগ ay , the world, worldly existence or concerns. সংসাৰী, বি. (সৎ, সংসাৰি-সংসাৰ+ই) সংসাৰত থকা, সংসাৰৰ কাৰ্যত লিপ্ত, বিষয়ী, worldly, devoted worldly concerns. স, শ, সংসাৰৰ কাৰ্য্যত লিপ্ত লোক; মেনে, সংসাৰীৰ। pe foet, a worldling. সকষ্ট, বি. (সং সংজ-সং, উপস.+ সূ, নিৰ্মাণ ক) পৃথক হৈ পুনৰায় একে লগ হোৱা, re-united. সংস্কৰণ, কৃদ স. (সং. সংস্কৰণ উপস, +ক, ক) ভগ বস্তু বা কাৰ্য্য, উৎকৰ্ষ কৰণ, ভাঙ্গণ, the act of repairinys or improving. সংস্কাৰ, স, শ, শুচি কৰা কাৰ্য্য; ব্ৰাহ্মণ আদি তিনি জাতিৰ গা গুচি কৰা দহোটা কাৰ্য্যৰ এটা; যেনে, গৰ্ভাধান, পুংসৱন, সীমন্তোন্নয়ন, জাত কী, নাম- কৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন আৰু বিবাহ। শূদিৰৰ সংস্কাৰ বিবাহ মাখোন; ভগা বস্তু বল বা উৎকৰ্ষ কৰা কাৰ্যা; স্মৰণ, এতেকে ইতৰ জন্তু- বিলাকৰ আপোনাৰ গা ৰক্ষা আৰু বংশ বৃদ্ধিৰ বিষয়ৰ স্বাভাৱিক জ্ঞান, puri- fication, one of the ten purifica- tory rites or sacraments prescribed for the three first clasres of the Hindus, the act of repairing rupa improving, rememl»rance, the ill- stinct of animals. সংস্কাৰক, স. শ. সংস্কাৰ কৰোতা, a hunities or repairer. সংস্কাৰহীন, বি. গৰ্ভাধান আদি দহোটা সংস্কাৰবৰ্জিত, সংস্কাৰ নকৰা, not . purifiel by performing the teu pariticatory rites. . সংস্কৃত, কৃদ. বি. (স.) পৰিত্ৰ কৰা, নিৰ্মল কৰ; ভগা বতা, উৎকৰ্ষ কৰা, purified repaired, improved. 14. T. 9445- বৰ্ষৰ আৰ্যবিলাকৰ ভাষা, tle Sz8kist language. সস্থাপন, দ. স. {সং, সংস্থাপন---সং, উপস+স্থা, খা) পতা বা খোৱ কাৰ্য্য, স্থাপন, the act of placing or establishing সংস্থাপিতু, কদ, বি, পতা, গোৰা, স্থাপিত, placed, established. সংহৰ, স, ধা: (সং. সৎ, উপস+হ, হৰণ ক) নাশ কৰু, সফৰ; যেনে,