পৃষ্ঠা:হেমকোষ.pdf/৯০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৭৮ হীন। increase of prosperity, glory or beauty. শ্ৰী বৃদ্ধি, স. শ. (সং. শ্ৰীবৃদ্ধি-- + বৃদ্ধি, বঢ়া। ধন সম্পত্তি, যশস্যাৰ বাশোৰ an increase of prosperity, &c. শ্ৰীমন্ত, বি. (সং. ম..--শ্ৰী, সুখ শ্ৰীম, সম্পত্তি ইত্যাদি + মৎ, যুক্ত) ভাগ্যৱান, লৱণ্ড; লক্ষীম, যশস্বী; শুৱনি; যেনে, শ্ৰীমন্ত পুৰুষ, prospects, fortitate, l'amiens, beautiful. () মতী। শ্ৰীযুক্ত, ভক্তি দেখাবৰ নিমিত্তে দেৱতাৰ নামৰ আগত ইয়াৰ যোগ কৰা যায়; ধেনে, শ্ৰীদুৰ্গা। বৰ ভক্তি দেখাব লাগিলে সি দুবাৰ উক হয়; যেনে, শ্ৰী শ্ৰীজগদীশ। ধৰ্মশাস্ত্ৰৰ আগত ই বাৱহৃত হয়; যেনে, ভাগৱত, শ্ৰীমাগৱত। অপো- নাৰ আৰু সামান্য মানুহৰ নামৰ আগত তাক এৰাৰ দিয়া যায়; যেনে, মই শ্ৰী- হেমচন্দ্ৰ শশ্মাই কওঁ; শ্ৰীহলিৰামৰ প্ৰতি লেখা। এ মান্য লোকৰ নামৰ আগত সি দুবাৰ উক্ত হয়; যেনে, শ্ৰীশ্ৰভাৰতে- শৰী; শৰীৰৰ কোনো অঙ্গ বুজোৱা শব্দৰ শাগত পকা শ্ৰীয়ে দৰ বু! সন্মান বুজায়; যেনে, মুখ, শ্ৰীহস্ত, শ্ৰীচৰণ ইত্যাদি। ' This word is ined as an invocation before the names of gods and goddesses and is often repcatel to show a deeper veneration. It is also used before one's own name and tlie vame of an inferior , When it is used before the name of a respectable or venerable person- acre it is repeated twice. শ্ৰীকণ্ঠ, স. শ. (সং, শ্ৰীকণ্ঠ ---শ্ৰ, সৰস্বতী + কণ্ঠ, ডিঙ্গি; যৰি কণ্ঠত সৰস্বতীয়ে বাস কৰিছে শিৱ, Siva. স, *. { স.. শ্ৰীকান্ত, শ্ৰীপতি শ্ৰীপতি,। শ্ৰী, লক্ষ্মী+কান্ত, পতি, স্বামী। লক্ষ্মীব স্বামী, বিষ্ণু, Vishnu. ঐফল, স. শ. {স, শ্ৰীফলশ্ৰু, সুন্দৰ •+ ফল, গুটি } বল, এবিধ ৰ বণ, : kind of bel or wood azple. Jeylu warmelox. (Gamble). শ্ৰীবৎস, স. শ. { সৎ, শ্ৰীবৎস- শ্ৰী, লক্ষ্মী+ বৎস, প্ৰিয়; লক্ষ্মীয়ে ভাল পোৱা) বিষ্ণুৰ বা কৃষ্ণৰ বুকুৰ বগা কেঁকোৰা নোম, { the curt of white hair on the breast of Vishni or Krishna. শ্ৰীবদ্ধ, স. শ. (সং. শ্ৰৱন্ধক--ঐ, ধন সম্পত্তি আদি + বক, বঢ়াওঁত) ধন সম্পঙি, খ্যাতি বা শোভা বঢ়াওঁ, an শ্ৰীকান্ত,। চেনেহৰ মানুহৰ নামৰ আগত শ্ৰীমান বা শ্ৰীমতী দিলে, “কুশলযুক্ত” বা “কুশল- যুক্তা” বুজায়। “শ্ৰীমান” and “শ্ৰীমতী” when used before the name of a beloved persen it mans prospe HOLS. বি. (সং. শ্ৰীযুক্ত, শ্ৰীযুত—শ্ৰী, শ্ৰীযুত, ধন-সম্পত্তি আদি + যুক্ত, পকা। ভাগৱান, লক্ষ্মীমন্ত; যশস্বী; শুৱনি; TES, prosperous, illustrious, famous, respectable. . বৰ মানা বা পূজা মানুহৰ নামৰ আগত শ্ৰী শ্ৰীযুক্ত বা শ্ৰীযুৎ লিখা যায়। Before the name or a very respect- a able or venerabile person the word is repeated. শ্ৰীল শ্ৰী, বি. (সঃ, শ্ৰীল :---শ্ৰী, ধনসম্পত্তি আদি + লচু, প্ৰত্যয় + শ্ৰী, বৰ সম্মান দেখবলৈ কৰা পুনৰুক্তি) পৰম ভাগৱন্ত, বুৰ মঙ্গলৱম্ভ; ৰ যশস্বী; যেনে, শীল awatet fra), nust prosperous, very illustrions, most glorious." শ্ৰীযুক্ত” বা “ল শ্ৰীযুত” এনেকৈও লিখা যায়। শ্ৰীহনি, স, শ. {সং. শ্ৰীহনি-শ্ৰী, ধন- সম্পত্তি আদি+হানি, নাশ) ধনসম্পত্তিৰ, যশস্যাৰ বা শোভাৰ নাশ, loss of pros- perity, fame or beauty. শ্ৰীহীন, বি. { সং, } ধনসম্পত্তি, যশস্যা বা CIYEY 451, deprived of vr losing prosperity, glory or beauty.