পৃষ্ঠা:হেমকোষ.pdf/৯০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ, স. শ. (সং. শুক্ৰ-শন, মুখ+শি, সহায়তা কৰ; ডাড়ি, গোঁফ, a bcard, a mustache. শা, ২ শ. (সং, শ্যাম-শৈ, গতি কৰ; ৰূঢ় শব্দ) কলা বৰণ; সেউজ, কলাপতীয় বৰণ; কৃষ্ণৰ এক নাম, black color, green color, Krisima, f.; সেউজীয়া, black, green. শ্যামা, স. শ. (সং, শ্যামা শ্যাম, কলা ) Front (ayatait, the grim godetess Kali. “কালিকা ” চোৰ। শাল, স. শ. (সং, শ্যালক-শ্যৈ, গতি ক ) খুলশালি বা জেঠেৰি, a wife's clder or younger lorther. দ্ধা, স. শ. ( সশ! •ৎ, সৎকাৰ+ ধ!, ধাৰণ কৰ) মনি, সৎকাৰ, সঙ্গম; বিশ্বাস; আস্তিক, বাপ, s]crit, faith, liking শ্ৰদ্ধান্বিত, বি. (সং, শ্ৰদ্ধান্বিত-শ্ৰদ্ধা, + অম্বিত, যুক্ত। শ্ৰদ্ধাযুক্ত, Tespectful, faithful, loving শ্ৰদ্ধাহী, বি. শ্ৰদ্ধা নখকা, বিশ্বাস শ্ৰদ্ধাৰহিতু, নকৰা; সন্মান নকৰা; বাপ 7974, having no respect, faith or liking শ্ৰম, স, শ. (সং. শ্ৰম---শ্ৰম, ভাগৰ পা) ভাগৰ, কামৰ পৰা হোৱা দুখ; যেনে, শম পলুৱাইছে। পৰিশ্ৰম, শৰীৰ বা মনেৰে কৰা যত্ন; যেনে, শ্ৰম কৰিলে সুখ হয়, fatigrue, labour. মশল, স. শ. (সং. শ্ৰমজল-- শ্ৰম, পৰি শ্ৰেম + জল, পানী কাম কৰোতে গাৰ পৰা ওলোৱা পানী, ঘাম, বুersiation, শ্ৰমজীৱী, স. শ. (সৎ, শ্ৰমজীৱি; শ্ৰম, পৰিশ্ৰমজীৱিন, জীয়াই থকা) শাৰীৰিক পৰিশ্ৰম কৰি খোৱা লোক, কঠিন কাম কৰি জীৱিকা কৰা মানুহ, a labore, শ্ৰমী, বি. (সং. শ্ৰমিন--শ্ৰম+ইন) পবি- শ্ৰম কৰি খোৱা, কঠিন কাম কৰা, labor- ing, tviliny, industrious. শ্ৰৱণু, ক, স, (সং. শ্ৰৱণ, শুন) শুনা PY, the act of hearing. 7. y. Ple, the tar. শ্ৰৱণা, স. শ, তিনটাভযুক্ত তেইশ সংখ্যাৰ Ag, the twenty-third lunar man- sion containing threw stars. শ্ৰাদ্ধ, স. শ. (স. শ্ৰাদ্ধ--শ্ৰদ্ধা, সৎকাৰ বা চেনেহ; সম্মান বা সাদৰেৰে কৰা যায়, এতেকে) শৰাধ, মৃতকৰ উদ্দেশে দিয়া জল- পিণ্ড; পিতৃ সকলৰ উদ্দেশে নিৰূপিত সময়ত দিয়া জল-পিণ্ড দান, ব্ৰহ্ম-ভোজন ইত্যাদি কৰ্ম্ম, a funeral ceremony, a ceremony performed in honor of a deceased person at various fixed previouls. শ্ৰাদ্ধহীন, বি. (সং. শ্ৰদ্ধহীন শৰাধ + হীন, নথকা শৰাধ কৰোত নথকা, শৰাধী, জল-পিণ্ড নোপোৱা, ( Ole who las died leaving none to perform the siuh ceremony. শান্ত, কদ, বি. (সং. শান্ত-শ্ৰম, ভাগৰ ভাগৰ পোৱা, ভাগৰুৱা, wearied, fati. guel, tired. শ্ৰান্তি, স. শ. ভাগৰ, ক্লান্তি, fatigue. শ্ৰান্তি কৰু, বি. ভাগৰ লগোৱ, wearisome, fatiguing . শ্ৰান্তিহৰ, বি. ভাগৰ গুচোৱা, refreshing'. শ্ৰান্তিহীন, বি. ভাগৰ নগা, অবিৰত শ্ৰম fa7 41, untiring, indefatigable. শ্ৰাব্য, বি. (সং. শ্ৰাৱ্য, শুন) শুনি- 4 Cist, lit or proper to he heard. শ্ৰৱণু, স. শ. (সং. শাৱণ-শৰপা নক্ষত্ৰেৰে যুক্ত পূণিমা হয়, এতেকে) বছৰৰ চতুৰ্থ ate, sitey, July-August. ঐ, স. শ. (সং. --শি, সহায়তা কৰ) ধন সম্পত্তি; মঙ্গল; ক্ষমতা, পৰাক্ৰম; যশ; লক্ষ্মী; সৰস্বতী; শুৱনি গুণ, tet, stad, wealth, prosperity, fortuno, power, famc, Lakshmi, the goddess of wealth, Sarswati, the goddess of speech, beauty, glory.